• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > এছিয়া কাপঃ ছুপাৰ অভাৰত শ্ৰীলংকাক পৰাজিত ভাৰতৰ, নিছাংকাৰ শতক অসাৰ
Sports

এছিয়া কাপঃ ছুপাৰ অভাৰত শ্ৰীলংকাক পৰাজিত ভাৰতৰ, নিছাংকাৰ শতক অসাৰ

CliQ INDIA
Last updated: September 27, 2025 11:25 am
CliQ INDIA
Share
2 Min Read
SHARE

এছিয়া কাপত ভাৰতৰ অপৰাজিত ধাৰা অব্যাহত

ডুবাই, ২৭ ছেপ্টেম্বৰ (হি স)। এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ পৰ্যায়ৰ চূড়ান্ত মেচখনে হয়তো পইণ্ট টেবুলত কোনো প্ৰভাৱ পেলাব পৰা নাছিল যদিও উত্তেজনা আৰু উত্থান-পতনে ইয়াক প্ৰতিযোগিতাখনৰ অন্যতম স্মৰণীয় মেচ হিচাপে গঢ়ি তুলিছিল। শুকুৰবাৰে গভীৰ নিশা ডুবাইত অনুষ্ঠিত এখন উচ্চ স্ক’ৰিং মেচত ভাৰত আৰু শ্ৰীলংকাই ২০ অভাৰত ২০২ ৰান সংগ্ৰহ কৰে। ইয়াৰ ফলত ফলাফল চুপাৰ অভাৰত নিৰ্ণয় কৰিব লগা হয়, য’ত শ্ৰীলংকাই মাত্ৰ ২ ৰানহে মেনেজ কৰিব পাৰিলে, আৰু ভাৰতে সহজেই জয়লাভ কৰিলে।

ভাৰতৰ ইনিংছ – অভিষেক শৰ্মাৰ ধুমুহাময় আৰম্ভণি

টছত পৰাস্ত হোৱাৰ পাছত ভাৰতে প্ৰথমে বেটিং কৰি পাৱাৰপ্লে’ত ৭১ ৰান সংগ্ৰহ কৰে। শুভমন গিল আগতীয়াকৈ আউট হৈছিল যদিও অভিষেক শৰ্মাই (৬১, ২২ বলত অৰ্ধশতক) পুনৰবাৰ বিস্ফোৰক ফৰ্ম প্ৰদৰ্শন কৰে। মিডল অভাৰত সূৰ্যকুমাৰ যাদৱে ব্যৰ্থ হয় যদিও সঞ্জু চেমচন আৰু তিলক বৰ্মাই অংশীদাৰিত্বৰে ৰানৰ হাৰ বজাই ৰাখে। অন্তিম অভাৰত অক্ষৰ পেটেলৰ ছয় আৰু তিলক বৰ্মাৰ (৪৯ নট আউট) চেন্সিবল ইনিংছেৰে ভাৰতক ২০২/৫লৈ আগুৱাই লৈ যায়।

শ্ৰীলংকাৰ ইনিংছ – নিছাংকাৰ শতিক আৰু যুঁজৰ অংশীদাৰিত্ব

লক্ষ্য খেদি খেদি শ্ৰীলংকাইও শক্তিশালী আৰম্ভণি কৰে। পাৱাৰপ্লেত ৭২ ৰান সংযোজন কৰা হয়। পাথুম নিছাংকা (১০৭, ৫৮ বল) আৰু কুছল পেৰেৰা (৫৮)ৰ অভিলেখ ১২৭ ৰানৰ অংশীদাৰিত্বৰে ভাৰতক চাপত পেলাইছিল। অৱশ্যে মিডল অভাৰত উইকেট দখল কৰি কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়ে প্ৰত্যাবৰ্তন কৰে। ফাইনেল অভাৰত শ্ৰীলংকাক ১২ ৰানৰ প্ৰয়োজন হৈছিল। প্ৰথম বলত নিছাংকা আউট হৈছিল যদিও দছুন শনাকাই শেষ বলটোলৈকে যুঁজিছিল, আৰু মেচখন ড্ৰ’ত শেষ হৈছিল।

ছুপাৰ অ’ভাৰ- শ্ৰীলংকাৰ বিপৰ্যয়, সহজে জয়ী ভাৰত

ছুপাৰ অভাৰত শ্ৰীলংকাৰ আৰম্ভণি বেয়া। প্ৰথম বলত কুছাল পেৰেৰা আউট হৈছিল, আৰু লগে লগে দছুন শনাকাও অনুসৰণ কৰে। শ্ৰীলংকাই মাত্ৰ ২ ৰানহে কৰিব পাৰিছিল। প্ৰত্যুত্তৰত ভাৰতে লক্ষ্যত উপনীত হয় সূৰ্যকুমাৰ যাদৱে প্ৰথম বলত তিনি ৰান সংগ্ৰহ কৰি মেচখনত জয় লাভ কৰে।

চমু স্ক’ৰ

ভাৰতঃ ২০২/৫ (২০ অভাৰ) – অভিষেক শৰ্মা ৬১, তিলক বৰ্মা ৪৯*।

শ্ৰীলংকাঃ ২০২/৫ (২০ অভাৰ) – পাথুম নিছাংকা ১০৭, কুছাল পেৰেৰা ৫৮ ৰান।

ফলাফল: মেচ টাই, ছুপাৰ অভাৰত ভাৰত জয়ী।

हिन्दुस्थान समाचार

You Might Also Like

ৱৰ্ল্ড এথলেটিকছৰ ফিল্ড এথলীট অৱ দ্য ইয়েৰ ২০২৫ৰ বাবে মনোনীত খেলুৱৈ নাম ঘোষণা
ৰাষ্ট্ৰীয় ক্ৰীড়া: মহাৰাষ্ট্ৰৰ ২০০ টা পদকৰ সীমা অতিক্ৰম
অভিষেকৰ সময়ত আঁঠুৰ গুৰুতৰ আঘাত পোৱা লিভাৰপুলৰ লিঅ’নি দীৰ্ঘদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা
ପ୍ୟାରିସ୍ 2024 ଅଲିମ୍ପିକ୍ସ ପାଇଁ ଟିକେଟ୍ କିପରି ସୁରକ୍ଷିତ କରିବେ: ଆପଣଙ୍କର ସମ୍ପୂର୍ଣ୍ଣ ଗାଇଡ୍ |
ইউৰোপীয় ভ্ৰমণঃ ভাৰতীয় ‘এ’ পুৰুষৰ হকী দল বেলজিয়ামৰ হাতত ৩-১ গ’লত পৰাস্ত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নৱৰাত্ৰি উপলক্ষে ৰাজ্যপালৰ কামাখ্যা মন্দিৰ পৰিদৰ্শন
Next Article বশিষ্ঠত ট্ৰাকৰ পৰা উদ্ধাৰ চুৰি সামগ্ৰী, আটক দুজন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?