• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > অষ্ট্ৰেলিয়ান অ'পেনৰ পৰা আঁতৰিল স্পেইনৰ কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডাল
Sports

অষ্ট্ৰেলিয়ান অ'পেনৰ পৰা আঁতৰিল স্পেইনৰ কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডাল

CliQ INDIA
Last updated: January 8, 2024 12:56 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। স্পেইনৰ কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা আঁতৰি আহিছে। দেওবাৰে ব্রিজবেন ইণ্টাৰনেশ্যনেলত অনুষ্ঠিত হোৱা অন্তিমখন খেলৰ সময়ত পেশীৰ সমস্যাৰ বাবেই আগন্তুক অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে ৷

ছ’চিয়েল মিডিয়াত নাডালে লিখিছে, ‘এবাৰ মেলবৰ্ণত উপস্থিত হোৱাৰ পিছত মোৰ এম আৰ আই কৰাৰ সুযোগ পাইছিলোঁ আৰু মোৰ পেশীত সৰু ঘাঁ হৈছে, মোৰ আঘাত হোৱা একেটা অংশতে নহয় আৰু সেয়া ভাল খবৰ।

‘এতিয়াই মই পাঁচ ছেটৰ মেচত সৰ্বোচ্চ পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা নাই। গতিকে, মই মোৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ, কিছু চিকিৎসা ল’বলৈ আৰু জিৰণি ল’বলৈ স্পেইনলৈ উভতি যাম।’

নাডালে লগতে কয় যে তেওঁ বছৰটোৰ ভিতৰত বহু কষ্ট কৰি উভতি আহিছিল, আৰু তেওঁৰ লক্ষ্য আছিল “তিনি মাহৰ ভিতৰত মোৰ শ্ৰেষ্ঠ স্তৰত” উপনীত হোৱা।

তেওঁ লগতে কয় যে মেলবৰ্ণৰ আশ্বৰ্যকৰ দৰ্শকৰ সন্মুখত খেলিব নোৱাৰাৰ মোৰ বাবে দুখজনক খবৰৰ পিছতো আমি সকলোৱে ছিজনৰ বাবে ইতিবাচক হৈ আছো।’

শুকুৰবাৰে ব্রিজবেন ইণ্টাৰনেশ্যনেলৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ জৰ্ডান থম্পছনৰ হাতত ৫-৭, ৭-৬ (৬), ৬-৩ ব্যৱধানত পৰাস্ত হয় বিশ্বৰ প্ৰাক্তন ১ নং আৰু ২২ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নগৰাকীয়ে। চূড়ান্ত ছেটত নাডালে মেডিকেল টাইমআউট লয়, যাৰ ফলত তেওঁৰ অৱস্থাৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হয়।

মেচৰ অন্তত ৩৭ বছৰীয়া নাডালে কয় যে, ‘মই ভাবো পেশীবোৰ ভাগৰি পৰিছে। সমস্যাটো হ’ল, ঠাইখন একেই, আপুনি সাধাৰণতকৈ অলপ বেছি ভয় খাইছে।

উল্লেখ্য যে ২০২৪ চনৰ অষ্ট্ৰেলিয়ান অ’পেন ১৪ৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ

You Might Also Like

১৯ বছৰ অনুৰ্ধ এছিয়া কাপত বৈভৱ সূৰ্য্যবংশীৰ বিস্ফোৰক শতক, ভাৰতৰ ইউ এ ইৰ বিৰুদ্ধে ৪৩৩ ৰান সংগ্ৰহ
কৃণাল পাণ্ডেয়ের নায়কত্ব আৰচিবিক শেষ বলত মুম্বাই ইন্ডিয়ানসক হরায়
ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন আইন, ২০২৫ৰ অধীনত তিনিটা খচৰা নিয়মৰ ওপৰত ৰাজহুৱা মন্তব্য আমন্ত্ৰণ
তিনিবাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ষ্টেন ৱাউৰিংকাৰ ২০২৬ চনৰ পিছত অৱসৰ
চিনচিনাটি অ’পেন: ডিফেণ্ডিং চেম্পিয়ন ছিনাৰ আৰু ছাবালেংকা কোৱাৰ্টাৰ ফাইনেলত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গোৱালপাৰা জিলাত বিগত বৰ্ষত হাতীৰ আক্ৰমণত ১৪ জন লোকৰ মৃত্যু
Next Article যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণৰ গ্ৰেণেড আৰু টকা যোগানধাৰী দুই ব্যক্তি আটক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?