• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সৈতে তিনি বছৰীয়া যাত্ৰা অবিশ্বাস্য- হৰ্ষল পেটেল
Sports

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সৈতে তিনি বছৰীয়া যাত্ৰা অবিশ্বাস্য- হৰ্ষল পেটেল

CliQ INDIA
Last updated: November 28, 2023 11:30 pm
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ ছিজনৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে মুকলি কৰি দিয়া ফাষ্ট বলাৰ হৰ্ষল পেটেলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে যোৱা তিনি বছৰত আৰ চি বিৰ সৈতে তেওঁৰ যাত্ৰা অবিশ্বাস্য আছিল।

বেগী বলাৰগৰাকীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা আৱেগিক পোষ্ট লিখিছে। পেটেলে লিখিছে যে মই মোৰ কিছুমান বিশেষ স্মৃতি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছো। যোৱা তিনি বছৰ মোৰ বাবে এক অবিশ্বাস্য যাত্ৰা। সুখ-দুখৰ সময়ত মোৰ কাষত থিয় দিয়া দলৰ সকলো মানুহকে ধন্যবাদ জনাইছো। আগবাঢ়ি যোৱাৰ লগে লগে মোৰ হৃদয়ত কৃতজ্ঞতাৰ বাহিৰে একো নাই।

২০২১ চনত আৰচিবিত যোগদান কৰিছিল পেটেলে। সেই ছিজনত তেওঁ ৩২টা উইকেট দখল কৰি পাৰ্পল কেপ লাভ কৰিছিল। অৱশ্যে ইয়াৰ পিছত তেওঁ ২০২৩ চনৰ ছিজনত ১৯টা উইকেট দখল কৰে। তেতিয়া ২০২৩ চনৰ ছিজনত হৰ্ষলৰ প্ৰদৰ্শন যথেষ্ট হতাশাজনক আছিল। ২০২৩ চনৰ আই পি এলত তেওঁ ৯.৬৬ ৰান ইকনমিৰে ১৪টা উইকেট দখল কৰে।

হিন্দুস্থান সমাচাৰ/বীৰেন্দ্ৰ/মনোজ/অৰবিন্দ

You Might Also Like

ভাৰতীয় মহিলা বক্সাৰসকলে ঐতিহাসিক এশিয়ান চেম্পিয়নশ্বিপ বিজয় লাভ কৰে আধিপত্যবাদী পদক আৰু বৃদ্ধি পাব বিশ্বব্যাপী ক্রীড়া কৰ্তৃত্বের সাথে
বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত মিৰাবাই চানুৰ নেতৃত্বত খেলিব ভাৰতৰ ১৪ জনীয়া দল
উইম্বলডন ২০২৫: পোলেণ্ডৰ ইগা ছুয়াটেকৰ ইতিহাসৰ সৃষ্টি, প্ৰথমবাৰৰ বাবে মহিলা একক খিতাপ দখল
ইণ্ডিয়া এ অনূৰ্ধ্ব-১৯ আৰু ইণ্ডিয়া বি অনূৰ্ধ্ব-১৯ দল ঘোষণা, আফগানিস্তানৰ সৈতে খেলিব তিনিকোণীয় শৃংখলা
২০২৪ চনৰ আই পি এলত বলাৰক প্ৰতি অভাৰত দুটা বাউন্সাৰ বল দিয়াৰ অনুমতি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নীতি বহিৰ্ভূত ভাবে চলিছে গংগাধৰ নদীৰ খনন, চৰকাৰে লাখ লাখ টকা কৰৰ পৰা বঞ্চিত
Next Article ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ‘ছেম বাহাদুৰ’
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?