• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > লক্ষ্ণৌত এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপৰ ট্ৰফীক আদৰণি মুখ্যমন্ত্ৰী যোগীৰ, কয়-ইউ পি হকীৰ হাব
Sports

লক্ষ্ণৌত এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপৰ ট্ৰফীক আদৰণি মুখ্যমন্ত্ৰী যোগীৰ, কয়-ইউ পি হকীৰ হাব

CliQ INDIA
Last updated: November 13, 2025 5:06 am
CliQ INDIA
Share
2 Min Read
SHARE

লক্ষ্ণৌ, ১২ নৱেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুধবাৰে লক্ষ্ণৌত এফ আই এইচ হকী পুৰুষৰ জুনিয়ৰ বিশ্বকাপ ২০২৫ৰ ট্ৰফীক আদৰণি জনায়। এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে ট্ৰফীৰ লক্ষ্ণৌত উপস্থিত হোৱাটো সমগ্ৰ ৰাজ্যৰ বাবে গৌৰৱ আৰু উত্তেজনাৰ মুহূৰ্ত। হকীলৈ উত্তৰ প্ৰদেশৰ অৱদান অবিস্মৰণীয় আৰু এই ট্ৰফীয়ে সেই গৌৰৱময় পৰম্পৰাৰ সোঁৱৰণী।

হকী কিংবদন্তি মেজৰ ধ্যান চান্দক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মেজৰ ধ্যান চান্দে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ভাৰতীয় হকীৰ পতাকা উত্তোলন কৰিছিল। তেওঁৰ নেতৃত্বত ভাৰতে তিনিখন অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে। তেওঁৰ স্মৃতিত মীৰুটত মেজৰ ধ্যানচান্দ ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম চলি আছে, যাৰ প্ৰথম অধিবেশন চলিত বৰ্ষৰ পৰা আৰম্ভ হৈছে।

তেওঁ কয় যে উত্তৰ প্ৰদেশ হকী হাব হৈ আহিছে। কে ডি সিং বাবু, মহম্মদ শ্বাহিদ, অশোক কুমাৰ, ৰবীন্দ্ৰ পাল, চৈয়দ আলী, সুজিত কুমাৰ, আব্দুল আজিজ, দেৱেশ চৌহান, ললিত উপাধ্যায়, দনিশ মুতাজবা, ৰাজকুমাৰ পালৰ দৰে খেলুৱৈয়ে দেশক গৌৰৱান্বিত কৰিছে। বাৰাবংকিত কে ডি সিং বাবুৰ বাসগৃহটো সংগ্ৰহালয় হিচাপে গঢ়ি তোলাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।

যোগীয়ে কয় যে আজিও উত্তৰ প্ৰদেশৰ পৰা ৰাজকুমাৰ পাল, উত্তম সিং, বিষ্ণুকান্ত সিং, মুমতাজ, সাক্ষী, জ্যোতি, পূৰ্ণিমাকে ধৰি বহু খেলুৱৈয়ে ছিনিয়ৰ আৰু জুনিয়ৰ ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

মুখ্যমন্ত্ৰী যোগীয়ে ট্ৰফী লৈ অহা এফ আই এইচ আৰু হকী ইণ্ডিয়াৰ প্ৰতিনিধি সকলক আদৰণি জনাই জুনিয়ৰ হকী বিশ্বকাপ ২০২৫ৰ সফল কামনা কৰে।তেওঁ কয় যে এইবাৰ ভাৰতীয় দলটোৱে ঘৰুৱা মাটিত তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰাৰ লক্ষ্যৰে খেলপথাৰত প্ৰৱেশ কৰিব। অনুষ্ঠানত ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱ, ক্ৰীড়া বিভাগৰ সম্পাদক সুহাছ এল ৱাই ভি, হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলানাথ সিং,কে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে এফ আই এইচ হকী পুৰুষ জুনিয়ৰ বিশ্বকাপ ২০২৫ অহা ২৮ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ তামিলনাডুৰ চেন্নাই আৰু মাদুৰাইত অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে ভাৰত, অষ্ট্ৰেলিয়া, বেলজিয়াম, স্পেইন, নিউজিলেণ্ড, জাপান, চিলি, কানাডাকে ধৰি ২৪টা দলে অংশগ্ৰহণ কৰিব।

—————

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

পেৰিছ অলিম্পিকৰ টেবুল টেনিছঃ প্ৰথম ৰাউণ্ডত আন্না হাৰ্চিৰ মুখামুখি হ’ব মণিকা বাট্ৰা | BulletsIn
ফ্লেমেংগোৰ কোপা লিবাৰটাডোৰেছত জয়লাভ, পালমেইৰাছক ১-০ গ’লত পৰাস্ত
গান্ধীনগৰত ‘ফিট ইণ্ডিয়া ছাণ্ডে অন চাইকেল’ৰ নেতৃত্বত ক্ৰীড়া মন্ত্ৰী মাণ্ডবিয়া
ইউ এছ অ’পেন ২০২৫ : পুৰুষৰ একক শাখাৰ পৰা আঁতৰিল নিক কিৰ্গিঅ’ছ
নতুন দিল্লী মাৰাথন ২০২৪ত ভাৰতীয় মাৰাথন দৌৰবিদৰ মিছ পেৰিছ অলিম্পিক ২০২৪ৰ যোগ্যতা অৰ্জনৰ মানদণ্ড সংকীৰ্ণ মাৰ্জিনত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অসম নাগালেণ্ড সীমান্ততৰ এটা নামঘৰত শংকৰী কলা কৃষ্টি বিকাশৰ সাধনা
Next Article বিত্তমন্ত্ৰীৰ চৌদি আৰৱৰ বিনিয়োগ মন্ত্ৰীক সাক্ষাৎ, দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ বিষয়ে চৰ্চা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?