• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > মিথুন মনহাছ বিচিচিআইৰ নতুন সভাপতি , সম্পাদকৰ পদত অব্যাহত খাকিব দেৱজিত শইকীয়া
Sports

মিথুন মনহাছ বিচিচিআইৰ নতুন সভাপতি , সম্পাদকৰ পদত অব্যাহত খাকিব দেৱজিত শইকীয়া

CliQ INDIA
Last updated: September 29, 2025 6:31 am
CliQ INDIA
Share
2 Min Read
SHARE

মুম্বাই, ২৮ ছেপ্টেম্বৰ (হি.স.)। দিল্লীৰ প্ৰাক্তন অধিনায়ক মিথুন মানহাছক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ নতুন সভাপতি নিৰ্বাচিত কৰা হৈছে। দেওবাৰে মুম্বাইত অনুষ্ঠিত বিচিচিআইৰ ৯৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগষ্ট মাহত ভাৰতীয় প্ৰাক্তন অলৰাউণ্ডাৰ ৰজাৰ বিন্নীয়ে পদত্যাগ কৰাৰ পিছৰে পৰা সভাপতিৰ পদ খালী হৈ আছিল। তেতিয়াৰ পৰাই উপ-সভাপতি ৰাজীৱ শুক্লাই অন্তৱৰ্তীকালীন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শুক্লা এতিয়া উপ-সভাপতি হিচাপে অব্যাহত থাকিব, আনহাতে দেৱজিৎ লন শইকীয়া সম্পাদক হিচাপে অব্যাহত থাকিব।

বিচিচিআইৰ পদাধিকাৰীৰ তালিকাত যোগদান কৰিছে আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। নতুন কোষাধ্যক্ষ হিচাপে পৰিগণিত হৈছে প্ৰাক্তন স্পিনাৰ ৰঘুৰাম ভাট। পূৰ্বৰ কোষাধ্যক্ষ প্ৰভাৱতেজ সিং ভাটিয়াক যুটীয়া সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। জ্যেষ্ঠ পুৰুষৰ বাছনি সমিতিতো পৰিৱৰ্তন দেখা গৈছে। এছ শৰথ আৰু সুব্ৰটো বেনাৰ্জীৰ ঠাইত প্ৰাক্তন খেলুৱৈ প্ৰজ্ঞান ওঝা আৰু আৰ পি সিঙক অন্তৰ্ভুক্ত কৰা হৈছে। অজিত আগৰকাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই সমিতিখন ২০২৬ চনৰ টি-২০ বিশ্বকাপলৈকে কাৰ্যভাৰত থাকিব। শৰথক এতিয়া কনিষ্ঠ বাছনি সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

সৌৰাষ্ট্ৰৰ প্ৰাক্তন অধিনায়ক জয়দেৱ শ্বাহক বিচিচিআই এপেক্স কাউন্সিলত অন্তৰ্ভুক্ত কৰা হৈছে। মিজোৰামৰ খাইৰুল জামাল মজুমদাৰক আই পি এল গভৰ্নিং কাউন্সিলৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। মহিলা বাছনি সমিতিতো সালসলনি কৰা হৈছে। নীতু ডেভিদৰ ঠাইত নতুন অধ্যক্ষ হিচাপে অমিতা শৰ্মা অধিষ্ঠিত হৈছে। তেওঁৰ দলত আছে শ্যামা দে, সুলক্ষনা নাইক, জয়া শৰ্মা আৰু শ্ৰৱন্তী নাইডু।

মহিলা প্ৰিমিয়াৰ লীগ কমিটীৰ অধ্যক্ষ হ’ব জয়শ জৰ্জে। ইয়াত অৰুণ ধুমলৰ লগতে মানহাস, শুক্লা, শইকীয়া, ভাটিয়া, আৰু ভাট অন্তৰ্ভুক্ত। অক্টোবৰ মাহত ৪৬ বছৰ সম্পূৰ্ণ কৰা মানহাছক ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ কিংবদন্তি হিচাপে গণ্য কৰা হয়। ১৫৭ খন প্ৰথম শ্ৰেণীৰ মেচত ৯,৭১৪ ৰান, ১৩০ খন লিষ্ট এ মেচত ৪,১২৬ ৰান, আৰু ৯১ খন টি-২০ মেচত ১১৭০ ৰান সংগ্ৰহ কৰে। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ প্ৰশিক্ষকৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু আই পি এল দলৰ সৈতেও জড়িত হৈ আহিছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী

You Might Also Like

ইংলেণ্ডৰ বিৰুদ্ধে বাকী তিনিখন টি-২০ মেচৰ পৰা বাহিৰ ৰাছেল, আলজাৰী জোচেফ অন্তৰ্ভূক্ত | BulletsIn
যশস্বী জয়ছোৱালৰ সুন্দৰ প্ৰত্যাৱৰ্তন, ৰাজস্থানৰ বিৰুদ্ধে ৬৭ ৰান সংগ্ৰহ
অৰুণ জেটলী ষ্টেডিয়ামৰ বাহিৰত মেছি, মেছিৰ ধ্বনি, অনুৰাগীৰ ব্যাপক জনসমাগম
জাৰ্মানীক পৰাস্ত কৰি পৰ্তুগালৰ নেচনছ লীগৰ ফাইনেলত প্ৰৱেশ | BulletsIn
ছিংকফিল্ড কাপৰ দ্বিতীয় ৰাউণ্ডত গুকেশৰ হাতত পৰাজিত আব্দুছাটৰভ, প্ৰজ্ঞানানন্দাৰ যুটীয়া অগ্ৰগতি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিটিচি নিৰ্বাচনত মুঠ ১০ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি আটাইকেইটা সমষ্টিত পৰাজিত গণ সুৰক্ষা পাৰ্টি
Next Article লতা মংগেশকাৰৰ জন্ম বাৰ্ষিকীত ‘১২০ বাহাদুৰ’ৰ দ্বিতীয়টো টিজাৰ মুকলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?