• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > বিশ্বকাপৰ চূড়ান্ত খেলখন চাবলৈ চাৰ্টাৰ বিমানেৰে আহমেদাবাদলৈ আহিব ১০০ৰো অধিক ভিভিআইপি আৰু চেলিব্ৰিটি
Sports

বিশ্বকাপৰ চূড়ান্ত খেলখন চাবলৈ চাৰ্টাৰ বিমানেৰে আহমেদাবাদলৈ আহিব ১০০ৰো অধিক ভিভিআইপি আৰু চেলিব্ৰিটি

CliQ INDIA
Last updated: November 17, 2023 6:00 pm
CliQ INDIA
Share
1 Min Read
SHARE

আহমেদাবাদ, ১৭ নৱেম্বৰ (হি.স.)। অহা ১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলখন চাবলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত উপস্থিত হ’ব দেশৰ বিভিন্ন প্ৰান্তৰ ভিভিআইপিকে ধৰি চেলিব্ৰিটিসকল। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এই খেলখন চাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আহমেদাবাদ আৰু ইয়াৰ আশে-পাশে থকা বিমানবন্দৰত প্ৰায় ১০০খন চাৰ্টাৰ বিমান অৱতৰণ কৰিব।

আহমেদাবাদ বিমানবন্দৰত ৩০ৰ পৰা ৪০খন চাৰ্টাৰ বিমান পাৰ্ক কৰাৰ ব্যৱস্থা আছে। এই চাৰ্টাৰ বিমানসমূহ আহমেদাবাদৰ আশে-পাশে থকা বিমানবন্দৰতো অৱতৰণ কৰিব পাৰি। ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰশাসন। ১৯ নৱেম্বৰত খেলখন চাবলৈ অহা ভিভিআইপি আৰু চেলিব্ৰিটিসকলৰ চাৰ্টাৰ্ড বিমানৰ বাবে চুৰাট, ৰাজকোট আৰু বদোদৰাত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ’ব।

অৱশ্যে সাধাৰণতে চাৰ্টাৰ বিমানে আহমেদাবাদ বিমানবন্দৰত ভিভিআইপি ড্ৰপ কৰি উভতি আহে। সূত্ৰ অনুসৰি আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ চূড়ান্ত খেলখন চাবলৈ আহিব দেশৰ বিখ্যাত উদ্যোগপতি মুকেশ আম্বানী, লক্ষ্মী মিত্তল, গৌতম আদানী, জিন্দাল গ্ৰুপ আৰু বলীউডৰ তাৰকা। আহমেদাবাদৰ জি এ টাৰ্মিনেলত ভিভিআইপিৰ বাবে এটা বিশেষ লাউঞ্জৰ সৃষ্টি কৰা হৈছে। ইয়াৰ উপৰিও তেওঁলোকক হোটেল, ষ্টেডিয়ামলৈ নিয়াৰ ব্যৱস্থাও কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/বিনোদ/মনোজ

You Might Also Like

ভাৰত এ পুৰুষৰ হকী দলৰ সুন্দৰ প্ৰদৰ্শন, আয়াৰলেণ্ডক ৬-০ গ’লত পৰাজিত
মহিলা প্ৰিমিয়াৰ লীগঃ মুম্বাই ইণ্ডিয়ানছে ইউ পি ৱাৰিয়ৰ্ছক ৬ উইকেটত পৰাস্ত কৰে | BulletsIn
আই পি এল ২০২৫ : গুজৰাট টাইটানছৰ দলত গ্লেন ফিলিপছৰ ঠাইত দাছুন শনাকাক অন্তৰ্ভুক্ত | BulletsIn
আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা অৱসৰ ঘোষণা বন্দনা কাটাৰিয়াৰ | BulletsIn
ছিংগাপুৰ অ’পেনত সাতৱিক-চিৰাগে দিব ভাৰতৰ নেতৃত্ব, চকু সিন্ধু-প্ৰণয়ৰ ওপৰতো থাকিব | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article লক্ষিমপুৰৰ জ্যেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিঙৰ মৃত্যু
Next Article ছবি 'টাইগাৰ-৩'ৰ পঞ্চম দিনত ১৮.৫ কোটি টকা উপাৰ্জন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?