• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > পি কে এল : বেংগালুৰু বুলছৰ বিৰুদ্ধে ভাল প্ৰদৰ্শনৰ আত্মবিশ্বাসী ইউ পি যোদ্ধা
Sports

পি কে এল : বেংগালুৰু বুলছৰ বিৰুদ্ধে ভাল প্ৰদৰ্শনৰ আত্মবিশ্বাসী ইউ পি যোদ্ধা

CliQ INDIA
Last updated: December 11, 2023 12:30 pm
CliQ INDIA
Share
3 Min Read
SHARE

বেংগালুৰু, ১১ ডিছেম্বৰ (হি.স.)। আজি সন্ধিয়া দশম সংস্কৰ (ছিজন টেন)ৰ চতুৰ্থখন মেচত বেংগালুৰু বুলছৰ বিৰুদ্ধে খেলিব প্ৰ’ কাবাডী লীগ (পিকেএল) দল ইউ পি যোদ্ধা। এই খেলখন ইয়াত শ্ৰী কান্তিৰাভা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পি কে এলত উত্তৰ প্ৰদেশ ৰাজ্যক প্ৰতিনিধিত্ব কৰি ইউ পি ৱাৰিয়ৰ্ছে তেলেগু টাইটানছ আৰু হাৰিয়ানা ষ্টিলাৰ্ছৰ বিৰুদ্ধে যোৱা দুখন খেলত ক্ৰমে ১৫ আৰু ৩০ পইণ্টৰ যথেষ্ট ব্যৱধানত আকৰ্ষণীয় জয়লাভ কৰে। বৰ্তমান ইউ পি যোদ্ধা দল ১১ পইণ্টেৰে লীগৰ দ্বিতীয় স্থানত আছে।

পৰিসংখ্যাগতভাৱে পিকেএলৰ ইতিহাসত ১৩বাৰকৈ দুয়োটা দলৰ মুখামুখি হৈছে। ইয়াৰে ইউ পি যোদ্ধাই ৫খন মেচত জয়লাভ কৰিছে আৰু বেংগালুৰু বুলছে ৮খন মেচত জয়লাভ কৰিছে, কোনো এখন মেচ টাইত শেষ হোৱা নাছিল।

খেলখনৰ পূৰ্বে ইউ পি যোদ্ধাৰ মুখ্য প্ৰশিক্ষক যশবীৰ সিঙে কয়, ‘আমি আমাৰ সামগ্ৰিক প্ৰদৰ্শনৰ বাবে গৌৰৱান্বিত হ’লেও আমাৰ দুৰ্বলতা চিনাক্ত কৰি উন্নত কৰাৰ ওপৰত আমাৰ গুৰুত্ব। আমি আমাৰ গেমপ্লে উন্নীত কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছো, নিশ্চিত কৰিছো যে আমাৰ অনুৰাগী আৰু পৰিচালনা দুয়োজনেই আমাৰ কৃতিত্বত সন্তুষ্ট। আমাৰ প্ৰতিশ্ৰুতি কেৱল ফলাফল প্ৰদান কৰাই নহয়, ইউ পি যোদ্ধাৰ সৈতে জড়িত সকলোৰে বাবে উদযাপনৰ মুহূৰ্ত কঢ়িয়াই অনা।”

ষ্টাৰ ৰেইডাৰ সুৰেণ্ডাৰ গিল চমকপ্ৰদ ফৰ্মত আছে আৰু পৰিসংখ্যাই দেখুৱাইছে যে তেওঁ প্ৰতিপক্ষৰ বাবে কিমান বিপজ্জনক হ’ব পাৰে। ৰেইড পইণ্ট (৩৪) আৰু খেলুৱৈৰ সফল ৰেইড (২৭)ৰ ক্ষেত্ৰত বৰ্তমান চাৰ্টত দ্বিতীয় স্থানত আছে। এই ছিজনত দুটা ছুপাৰ ১০ৰ সৈতে গিল শেহতীয়া খেলসমূহত অনবদ্য বুলি প্ৰমাণিত হৈছে। যোৱা দুখন মেচত ১২ আৰু ৮ ৰান সংগ্ৰহ কৰা ডিপ কিং প্ৰদীপ নৰৱালৰ সক্ষম সহযোগত এই গতি অটুট ৰখাৰ লক্ষ্য তেওঁলোকৰ।

ৱাৰিয়ৰ্ছৰ শক্তিশালী ডিফেন্সিভ ইউনিটেও মেটত নিজৰ প্ৰকৃত শক্তি প্ৰদৰ্শন কৰিছে। নিজৰ দলৰ বাবে বাওঁফালৰ কৰ্ণাৰ বেকক সুৰক্ষা দি সুমিটে প্লেয়াৰ সফল টেকেল পইণ্ট (১৪) আৰু প্লেয়াৰ টেকেল পইণ্ট (১৪)ৰ পৰিসংখ্যা চাৰ্টত আগবাঢ়ি আছে। প্রাক্তন অধিনায়ক নীতিশ কুমাৰ আৰু গুৰদ্বীপে প্রতিদ্বন্দ্বী ৰেইডাৰক তেওঁলোকৰ প্রচেষ্টাৰ সুযোগ ল’ব নিদিয়াত সফল হৈছে ৷

আনহাতে, প্ৰ’ কাবাডী লীগৰ ছিজন টেনত এতিয়াও একাউণ্ট খুলিব নোৱাৰা বেংগালুৰু বুলছ বৰ্তমান লীগ ৰেংকিঙত ১১ নম্বৰ স্থানত আছে। ছিজনৰ প্ৰথমটো জয় লাভ কৰাৰ উদ্দেশ্যেৰে এই মেচখনত প্ৰৱেশ কৰিব। দলটোৱে ৰেইডিং ইউনিটক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ ষ্টাৰ ৰেইডাৰ বিকাশ খাণ্ডোলা আৰু নীৰজ নৰৱালৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব। ইফালে দলৰ ডিফেন্স ইউনিট অক্ষত অৱস্থাত ৰখাৰ দায়িত্ব সৌৰভ নন্দল আৰু অমনৰ।

হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ

You Might Also Like

ৰাষ্ট্ৰীয় ক্ৰীড়া ফুটবলঃ স্বৰ্ণ পদক লাভ কৰি কেৰালা চেম্পিয়ন, উত্তৰাখণ্ডৰ ৰূপৰ পদক অৰ্জন | BulletsIn
নৰৱে দবা ২০২৫ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু অৰ্জুন এৰিগেছি | BulletsIn
আই এছ এছ এফৰ বিশ্বকাপ ফাইনেল ২০২৫লৈ ৮গৰাকী ভাৰতীয় শ্বুটাৰৰ যোগ্যতা অৰ্জন
বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপঃ বিশ্ব অভিলেখৰ সৈতে ৰুজডিৰ একেৰাহে ষষ্ঠবাৰৰ বাবে শ্বট পুট স্বৰ্ণ পদক অৰ্জন
ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবে অসম দল ঘোষণা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মণিপুৰ আৰক্ষীয়ে ৩৪৬ জন লোকক আটক
Next Article গোৱালপাৰাৰ কৃষ্ণাইত বহু পৰিমাণৰ শাল-চেগুন গছৰ কুণ্ডা জব্দ বন বিভাগৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?