• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > পঞ্জাৱ এফ চিৰ ছিজনৰ প্ৰথমজন বিদেশী খেলুৱৈ হিচাপে সমীৰ জেলজকোভিচক চুক্তিবদ্ধ
Sports

পঞ্জাৱ এফ চিৰ ছিজনৰ প্ৰথমজন বিদেশী খেলুৱৈ হিচাপে সমীৰ জেলজকোভিচক চুক্তিবদ্ধ

CliQ INDIA
Last updated: October 22, 2025 11:41 am
CliQ INDIA
Share
2 Min Read
SHARE

মোহালী, ২১ অক্টোবৰ (হি.স.)। পঞ্জাৱ এফ চিয়ে বছনিয়া আৰু হাৰ্জেগোভিনাৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সমীৰ জেলজকোভিচক চুক্তিবদ্ধ কৰিছে। ২৮ বছৰীয়া ডিফেণ্ডাৰগৰাকীয়ে এবছৰৰ চুক্তিত বিনামূলীয়া ট্ৰেন্সফাৰত দলত যোগদান কৰে। ২৫ অক্টোবৰৰ পৰা গোৱাত আৰম্ভ হ’বলগীয়া এআইএফএফ ছুপাৰ কাপ ২০২৫ত তেওঁ দলৰ অংশ হ’ব।

জেলজকোভিচে যোৱা ছিজনত ১৯২৩ চনত ছাৰ্বিয়ান ক্লাব ৰাডনিচ্কিৰ হৈ খেলিছিল আৰু ২০২৫-২৬ ইউএফএ কনফাৰেন্স লীগৰ কোৱালিফায়াৰত অংশগ্ৰহণ কৰিছিল। চেণ্টাৰ বেক আৰু ডিফেন্সিভ মিডফিল্ডাৰ দুয়োটা পজিচনতে খেলিবলৈ সক্ষম। ২০২০-২১ চনত ইটালী আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে ইউএফএ নেচনছ লীগৰ খেলৰ সম্ভাৱ্য দলত অন্তৰ্ভুক্ত হোৱাৰ লগতে ইৰাণৰ বিৰুদ্ধে প্ৰীতি মেচত ৰাষ্ট্ৰীয় দলৰ বাবেও কল আপ লাভ কৰে।

জেলজকোভিচে এফ কে চাৰাজেভোৰ যুৱ একাডেমীত ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল, য’ত তেওঁ ছবছৰ কটায়। ইয়াৰ পিছত ২০১৭-১৮ ছিজনত ইগমান কনজিচৰ সৈতে বছনিয়াৰ দ্বিতীয় বিভাগত ছিনিয়ৰ অভিষেক ঘটায়। পিছৰ বছৰত তেওঁ দেশৰ শীৰ্ষ ক্লাব ভেলেজ মষ্টাৰত যোগদান কৰে আৰু পাঁচটা ছিজনত ১৪৯খন খেলত অংশগ্ৰহণ কৰে। ২০২৩ চনত তেওঁ নিজৰ শৈশৱৰ ক্লাব এফ কে চাৰাজেভোলৈ উভতি আহে আৰু তাৰ পৰাই তেওঁ উজবেকিস্তান ছুপাৰ লীগ ক্লাব বুনয়ডক’ৰক ঋণত লাভ কৰে।

চুক্তিবদ্ধ হোৱাৰ সন্দৰ্ভত পঞ্জাব এফ চিৰ কাৰিকৰী সঞ্চালক নিকোলাওছ টপলিয়াটিছে কয় যে, আমাৰ নিযুক্তি নীতি সদায় সযতনে চিন্তা কৰা হয়। আমি এনে খেলুৱৈ নিৰ্বাচন কৰো যিয়ে আমাৰ ব্যৱস্থাৰ লগত খাপ খাই পৰে আৰু নিজৰ অভিজ্ঞতা আৰু পেছাদাৰিত্বৰে দলীয় পৰিৱেশ সমৃদ্ধ কৰে। সমীৰৰ ইউৰোপ আৰু এছিয়া উভয়তে খেলাৰ অভিজ্ঞতা আছে। আমি নিশ্চিত যে তেওঁ দলৰ প্ৰদৰ্শনৰ স্তৰ উন্নীত কৰাই নহয়, আমাৰ যুৱ খেলুৱৈসকলৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

নতুন অধ্যায় আৰম্ভ হোৱাত উচ্ছ্বসিত সমীৰ জেলজকোভিচে কয়, পঞ্জাব এফ চিৰ ৰং পিন্ধি এই নতুন যাত্ৰা আৰম্ভ কৰিবলৈ পাই মই অত্যন্ত উৎসাহিত হৈছো। অৰ্থপূৰ্ণ কিবা এটা গঢ়ি তোলা ক্লাবত যোগদান কৰাটো সদায় বিশেষ। মই পঞ্জাব এফ চিৰ দৃষ্টিভংগীৰ বিষয়ে বহু কথা শুনিছো, আৰু সেই যাত্ৰাৰ অংশ হ’বলৈ পাই মই গৌৰৱান্বিত। ভাৰতীয় ফুটবল দ্ৰুতগতিত আগবাঢ়িছে। মই শিকিবলৈ, খাপ খুৱাবলৈ, আৰু দলটোলৈ মই যিমান পাৰো অৰিহণা যোগাবলৈ সাজু।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

এণ্টি ড’পিং ক’ড উলংঘা কৰাৰ অভিযোগত নাডাৰ বজৰং পুনিয়াক চাৰি বছৰৰ বাবে নিলম্বন | BulletsIn
অহা বছৰ ভাৰতত অনুষ্ঠিত হ’ব আইএছএছএফ (শ্বুটিং) জুনিয়ৰ বিশ্বকাপ | BulletsIn
ফিডে গ্ৰেণ্ড চুইছ দবা প্ৰতিযোগিতা: দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হ’ল গুকেশ, এৰিগাছিৰ আশা অক্ষত
২০২৬ চনৰ যুৱ অলিম্পিকৰ পৰা শ্বুটিং, হকী, ভাৰোত্তোলন বাতিল | BulletsIn
পোপ লিঅ’ই কয় যে ছবিয়ে সত্য দেখুৱাব লাগে আৰু আশাৰ সৃষ্টি কৰা উচিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বিষয়টোক ৰাজ্য চৰকাৰে সৰ্বাধিক প্রাথমিকতা প্রদান কৰিছেঃ মুখ্যমন্ত্ৰী
Next Article মানকাচৰৰ ভাৰত বাংলা সীমান্তত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?