• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > তেলেগু টাইটানছ ৯ বছৰৰ পাছত প্লে অফতए প্ৰশিক্ষক কৃষণ কুমাৰ হুডাই কয় – দলটোক এতিয়া আৰু অধিক আক্ৰমণাত্মক দেখা যাব
Sports

তেলেগু টাইটানছ ৯ বছৰৰ পাছত প্লে অফতए প্ৰশিক্ষক কৃষণ কুমাৰ হুডাই কয় – দলটোক এতিয়া আৰু অধিক আক্ৰমণাত্মক দেখা যাব

CliQ INDIA
Last updated: October 20, 2025 7:20 am
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। প্ৰ’ কাবাডী লীগ (পিকেএল) ছিজন ১২ৰ ৯ বছৰৰ পাছত প্লে অফত স্থান দখল কৰিবলৈ সক্ষম হৈছে তেলেগু টাইটানছে। শনিবাৰে নিশা থ্যাগৰাজ ইনড’ৰ ষ্টেডিয়ামত পুনেৰী পল্টনক ৪০-৩১ গ’লত পৰাস্ত কৰি দলটোৱে এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। অধিনায়ক বিজয় মালিকে দলটোক ছুপাৰ ১০লৈ লৈ যায়।

মন কৰিবলগীয়া যে ২০১৬ চনত পিকেএল ছিজন ৪ৰ পিছত তেলেগু টাইটানছ প্ৰথমবাৰৰ বাবে প্লে অফত প্ৰৱেশ কৰিছে।এয়া দলটোৰ সৈতে প্ৰশিক্ষক কৃষণ কুমাৰ হুডাৰ দ্বিতীয় ছিজন।

এই কৃতিত্বক লৈ আনন্দ প্ৰকাশ কৰি হুডাই দেওবাৰে এক আনুষ্ঠানিক বিবৃতিত কয় যে, এই জয় আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। দলটোৱে বহু বছৰ ধৰি প্লে অফত প্ৰৱেশ কৰিব পৰা নাছিল। মই খেলুৱৈ, সহায়ক কৰ্মচাৰী, আৰু সমগ্ৰ দলটোক ধন্যবাদ জনাইছো। খেলুৱৈসকলে অতি কঠোৰ পৰিশ্ৰম কৰিছে, আৰু কিছুমান ফলাফল হয়তো আমাৰ মতে যোৱা নাই যদিও সকলোৱে উজ্জ্বলভাৱে খেলিছে।

অধিনায়ক বিজয় মালিকেও এই কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি কয় যে, এয়া দল, প্ৰশিক্ষক আৰু পৰিচালনাৰ সামূহিক কঠোৰ পৰিশ্ৰমৰ ফল। প্লে অফলৈ যোৱাটো সহজ নহয়। মই আমাৰ অনুৰাগীসকলকো ধন্যবাদ জনাইছো যিসকলে আমাক গোটেই ছিজনটোত সহায় কৰিছিল। আমি আগন্তুক মেচসমূহত এই ফৰ্ম অব্যাহত ৰাখিবলৈ আগ্ৰহী।

দলটোৰ পৰিৱৰ্তনৰ বিষয়ে কোৱাৰ সময়ত মালিকে কয়, এই ছিজনত আমি আমাৰ খেলত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছো। আমাৰ অনুশীলন আৰু প্ৰশিক্ষকৰ কৌশলৰ উন্নতি হৈছে, যিটো আমাৰ প্ৰদৰ্শনত প্ৰত্যক্ষভাৱে প্ৰতিফলিত হৈছে। আমি এই গতি বজাই ৰাখিব বিচাৰো।

যোৱা ছিজনৰ পৰা দলটোৰ পৰিৱৰ্তনৰ সন্দৰ্ভত প্ৰশিক্ষক হুডাই কয় যে, মই দলটোৰ সৈতে দুটা ছিজন আছো। যোৱা কেইবছৰমানৰ পৰা দলটোৱে ১২ নম্বৰ স্থানত অন্ত পেলাইছিল। যোৱা ছিজনত আমি মাত্ৰ এটা পইণ্ট প্লে অফত স্থান লাভ কৰিছিলো। এইবাৰ আমি আৰম্ভণিৰে পৰাই ভাল প্ৰদৰ্শন কৰিছিলো আৰু এতিয়া শীৰ্ষ চাৰিটা দলৰ ভিতৰত আছো। ইয়াৰ বাবে মই মোৰ ফ্ৰেঞ্চাইজিৰ প্ৰতি কৃতজ্ঞ।

প্লে অফৰ গুৰুত্বৰ বিষয়ে কোৱাৰ সময়ত হুডাই কয় যে, প্লে অফত প্ৰৱেশ কৰাটো সহজ নহয়, কিন্তু প্ৰকৃত প্ৰত্যাহ্বান এতিয়াই আৰম্ভ হৈছে। সকলো মেচেই হ’ব ডু-অৰ-ডাই। এই পৰ্যায়ত দ্বিতীয়বাৰৰ বাবে কোনো সুযোগ নাই।

তেওঁ লগতে কয়, মই মাত্ৰ অনুৰাগীসকলক ক’ব বিচাৰো যে আমি ইয়াক আমাৰ সকলোখিনি দিম। আমি কঠোৰ পৰিশ্ৰম কৰিম আৰু তেওঁলোকক ডাঙৰ কাবাডী দেখুৱাম। ফলাফল ভগৱানৰ হাতত, কিন্তু আগন্তুক মেচসমূহত আপুনি আৰু অধিক আক্ৰমণাত্মক তেলেগু টাইটানছৰ দল দেখিব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

ভাৰতৰ বিৰুদ্ধে কেপ টাউন টেষ্টৰ পৰা বাহিৰ আঘাতপ্ৰাপ্ত টেম্বা বাভুমা
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বগা বল শৃংখলাৰ বাবে ভাৰতীয় মহিলা দল ঘোষণা, মন্নত কাশ্যপৰ নতুন মুখ
বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় ৰিকাৰ্ভ আৰ্চাৰৰ হতাশাজনক প্ৰদৰ্শন
ইউপি টি২০ লীগঃ সিদ্ধাৰ্থৰ বিস্ফোৰক ইনিংছৰ সহায়ত লক্ষ্ণৌ ফেলকনৰ বিৰুদ্ধে গোৰখপুৰ লায়ন্সৰ দৰ্শনীয় জয়
টি-২০ মেচঃ খেলপথাৰত আৰু নেটত টিম ইণ্ডিয়াৰ জোৰদাৰ অনুশীলন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চামগুৰিৰ বৰহোলাত বনৰীয়া হাতী খেদিবলৈ গৈ এজনৰ মৃত্যু
Next Article কেন্দ্ৰীয় চৰকাৰে গুজৰাট, তামিলনাডু, ৰাজস্থান আৰু নাগালেণ্ডত বঢ়ালে নটাৰীৰ সংখ্যা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?