• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ড্ৰিম ডেছ ২০২৫ ৰাষ্ট্ৰীয় ফাইনেলত হেৰিটেজ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং স্কুলৰ ১০টা পদক লাভ, উছাইন ব’ল্টক লৈ উৎসাহিত ক্ৰীড়া প্ৰেমী
Sports

ড্ৰিম ডেছ ২০২৫ ৰাষ্ট্ৰীয় ফাইনেলত হেৰিটেজ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং স্কুলৰ ১০টা পদক লাভ, উছাইন ব’ল্টক লৈ উৎসাহিত ক্ৰীড়া প্ৰেমী

CliQ INDIA
Last updated: September 30, 2025 7:35 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। হেৰিটেজ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং স্কুল, গুৰুগ্ৰামৰ আশাব্যঞ্জক খেলুৱৈসকলে ড্ৰিম ডেছ ২০২৫ ৰাষ্ট্ৰীয় ফাইনেলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই সোমবাৰে মুঠ ১০টা পদক লাভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰেষ্ঠ অংশগ্ৰহণকাৰীসকলৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ খেলুৱৈসকলে অনুশাসন, আবেগ আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰি বিদ্যালয়খনলৈ পুৰস্কাৰ কঢ়িয়াই আনিছিল।

ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় বিদ্যালয় এথলেটিকছ ইভেণ্ট ড্ৰিম ডেছত ১৫খন চহৰৰ ৪০০ৰো অধিক বিদ্যালয়ৰ ৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কেইবামাহো ধৰি চহৰ পৰ্যায়ৰ কোৱালিফায়াৰৰ অন্তত দিল্লী-এনচিআৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফাইনেলত হেৰিটেজ এক্সপিৰিয়েন্সিয়েল স্কুলৰ খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি সফল দলসমূহৰ ভিতৰত স্থান লাভ কৰে।

প্ৰতিযোগিতাখনৰ উল্লেখযোগ্য দিশ আছিল অলিম্পিক চেম্পিয়ন তথা বিশ্ব এথলেটিকছৰ কিংবদন্তি উছেইন ব’ল্টৰ উপস্থিতিয়ে খেলুৱৈসকলৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰে। তেওঁক লগ পোৱাটোৱেই হৈ পৰিছিল যুৱ খেলুৱৈসকলৰ বাবে আজীৱন প্ৰেৰণা।

বিদ্যালয়খনৰ পদক টেলিত প্ৰত্যুষ নায়ক আৰু শুভ মন্ত্ৰীয়ে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত দ্বৈত স্বৰ্ণ পদক লাভ কৰে। ২০০ মিটাৰ দৌৰত নন্দিকা জৈনে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ৰিনায়ৰা দলালে ১০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে। ২০০ মিটাৰ দৌৰত অৱনী আগৰৱালাই ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ছেহৰ অৰোৰা সুৱৰ্ণাইও নিজৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰি আয়ান নাথানীয়ে মুঠ পদকৰ সংখ্যা ১০লৈ বৃদ্ধি কৰে।

বিদ্যালয়ৰ সঞ্চালিকা তথা অধ্যক্ষ নীনা কৌলে এই কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি কয় যে, আপোনালোকে কৰা কঠোৰ পৰিশ্ৰমত সফলতা নিহিত হৈ আছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই ঐতিহাসিক কৃতিত্বৰ বাবে আমি গৌৰৱান্বিত। তেওঁলোকে প্ৰদৰ্শন কৰা আবেগ আৰু ক্ৰীড়াবিদ্যাই হৈছে হেৰিটেজ এক্সপিৰিয়েন্সিয়েল স্কুলৰ প্ৰকৃত পৰিচয়। উছেইন ব’ল্টক লগ পোৱাটো তেওঁলোকৰ বাবে আজীৱন প্ৰেৰণা হ’ব।

এই জয়েৰে হেৰিটেজ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং স্কুলে পুনৰবাৰ প্ৰমাণ কৰিছে যে ই সামগ্ৰিক শিক্ষাৰ দৃষ্টিভংগীৰ কাষত থিয় দিছে—য’ত ছাত্ৰ-ছাত্ৰীসকলে কেৱল শৈক্ষিক দিশতে নহয়, ক্ৰীড়া আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজতো পাৰদৰ্শিতা দেখুৱাই ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী মঞ্চত আত্মবিশ্বাসেৰে আগবাঢ়ি যায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

চিপিএল ২০২৫ : ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ পঞ্চমবাৰৰ বাবে গিয়ানাক ৩ উইকেটত পৰাস্ত কৰি খিতাপ দখল
নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ডগ ব্ৰেচৱেলৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ
গুগলৰ ডুডলেৰে ভাৰতৰ প্ৰথম মহিলা পেছাদাৰী মল্লযুঁজাৰু হামিদা বানোক স্মৰণ
তিনি বছৰৰ অনুপস্থিতিৰ অন্তত শ্ৰীলংকাৰ টি-২০ দললৈ ঘূৰি আহিছে এঞ্জেলো মেথিউছ
দেশৰ হকীৰ শতবৰ্ষঃ তেজপুৰত প্ৰতিযোগিতা সম্পন্ন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত গণ- স্বাক্ষৰ অভিযান
Next Article ১৯ বছৰৰ পিছত নিকোল কিডমেন আৰু কিথ আৰ্বানৰ মাজত বিচ্ছেদ ঘটে
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?