• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > টিম ডেভিদৰ ধুমুহাময় শতকৰে তৃতীয়খন টি-২০ মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ শৃংখলা দখল
Sports

টিম ডেভিদৰ ধুমুহাময় শতকৰে তৃতীয়খন টি-২০ মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ শৃংখলা দখল

CliQ INDIA
Last updated: July 26, 2025 9:20 pm
CliQ INDIA
Share
2 Min Read
SHARE

বাচেটেৰ, ২৬ জুলাই (হি.স.)। অষ্ট্ৰেলিয়াৰ ডেছিং বেটছমেন টিম ডেভিদৰ বিস্ফোৰক শতকীয় ইনিংছৰ বাবেই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ তৃতীয়খন মেচত ৬ উইকেটত জয়লাভ কৰি অষ্ট্ৰেলিয়াই ৩-০ ব্য়ৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে।

ৱাৰ্নাৰ পাৰ্কত খেলা এই মেচখনত ডেভিদে মাত্ৰ ৩৭টা বলত ১১টা ছয় আৰু ৬টা চাৰিৰ সহায়ত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে, যিটো অষ্ট্ৰেলিয়াৰ টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতক। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল জোছ ইংলিছৰ নামত, যিয়ে ৪৩টা বলত শতক অৰ্জন কৰিছিল।

ডেভিদৰ এই ইনিংছটোও আন্তঃৰাষ্ট্ৰীয় টি-২০ত তৃতীয় দ্ৰুততম শতক, কেৱল ভাৰতৰ ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰেহে তেওঁকতকৈ বেছি বেগেৰে শতক অৰ্জন কৰিছে (৩৫ বলত)। ডেভিদে মিচেল ওৱেনৰ সৈতে (৩৬* ৰাণ, ১৬ বল) ১২৮ ৰানৰ অবিচ্ছেদ্য অংশীদাৰিত্ব গঢ়ি ১৬.১ অভাৰত অষ্ট্ৰেলিয়াক ২১৫/৪ ৰানলৈ লৈ যায়।

ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত অধিনায়ক শ্বাই হোপে (১০২ নট আউট, ৫৭ বল) এক উজ্জ্বল শতক ইনিংছৰ সহায়ত ২০ অভাৰত ২১৪/৪ৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে। ব্ৰেণ্ডন কিঙৰ সৈতে হোপে (৬২ ৰান, ৩৬ বল) প্ৰথম উইকেটত ১২৫ ৰান সংযোজন কৰে। ক্ৰীছ গেইলৰ পিছত ৱেষ্ট ইণ্ডিজৰ তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হৈছে হোপে।

অষ্ট্ৰেলিয়াৰ আৰম্ভণি লৰচৰ কৰিছিল যেতিয়া গ্লেন মেক্সৱেল (২০), জোছ ইংলিছ (১৫), মিচ মাৰ্ছ (২২) আৰু কেমেৰন গ্ৰীনে (১১) সস্তাতে ওলাই আহি পেভিলিয়নলৈ উভতি আহিছিল। কিন্তু ইয়াৰ পিছত টিম ডেভিদে ধুমুহাময় ৰূপত ৰান সংগ্ৰহ কৰি মেচখনৰ জোৱাৰ ঘূৰাই দিলে।

ৱেষ্ট ইণ্ডিজৰ হৈ ৰোমাৰিয়া শ্বেফাৰ্ডে ২টা উইকেট দখল কৰাৰ বিপৰীতে জেছন হোল্ডাৰে ১টা সফলতা লাভ কৰে।

ডেভিদেও ৯০ ৰানত লাইফলাইন লাভ কৰে, যেতিয়া ব্ৰেণ্ডন কিঙে ডিপ মিডউইকেটত নিজৰ সহজ কেচটো ড্ৰপ কৰে। ইয়াৰ পিছত ডেভিদে একো হেৰুৱাব নোৱাৰি শেষৰ বলত চাৰিটা মাৰি শতক সম্পূৰ্ণ কৰিলে।

পৰাজয়ৰ পিছত ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপে কয় যে এই খেলপথাৰত আৰু বিশেষকৈ এই খেলপথাৰৰ সৰু আকাৰৰ কথা বিবেচনা কৰিলে ২০০ ৰানও যথেষ্ট নাছিল।

এই জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজত অষ্ট্ৰেলিয়াৰ একেৰাহে জয়ৰ সংখ্যা ৬ লৈ বৃদ্ধি পাইছে, য’ত শেহতীয়াকৈ টেষ্ট শৃংখলাত ৩-০ গ’লত ক্লীন ছুইপও অন্তৰ্ভুক্ত কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

হকী ইণ্ডিয়াৰ উদ্বোধনী ৰাষ্ট্ৰীয় মহিলা হকী লীগ
হাইলো অ’পেন ২০২৫ : ছেমি ফাইনেলত উন্নতি হুদা, কোৱাৰ্টাৰ ফাইনেলৰ পৰা লক্ষ্য সেন আৰু আয়ুষ শ্বেট্টী বাহিৰ
চেলছীৰ বিৰুদ্ধে ছেমি ফাইনেলৰ পূৰ্বে মেনেজাৰ ৰেনাটো গৌচোৱে কয় যে, “ফ্লুমিনেন্সে ইতিহাস ৰচনা কৰিবলৈ ওলাইছে”
ভাৰতীয় প্ৰবীণ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ আই পি এলৰ পৰা অৱসৰ
বেদান্ত দিল্লী হাফ মাৰাথনৰ ২০ সংখ্যক সংস্কৰণত উৎসাহ, য’ত ৪০ হাজাৰৰো অধিক লোকৰ অংশগ্ৰহণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইছৰোৰ সৌৰ অভিযান আদিত্য় এল১ আলোচনালৈ যাত্ৰা ডিগবৈৰ মেধাৱী ছাত্ৰী হিমানী গুৰুঙৰ
Next Article ‘বৰ্ডাৰ ২’ ছবিৰ শ্বুটিং সম্পূৰ্ণ, দলৰ আনন্দ উদযাপন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?