• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > টিপিএল ৫: প্ৰথম দিনাই শীৰ্ষত বেংগল উইজাৰ্ডছ আৰু গুজৰাট পেন্থাৰছ
Sports

টিপিএল ৫: প্ৰথম দিনাই শীৰ্ষত বেংগল উইজাৰ্ডছ আৰু গুজৰাট পেন্থাৰছ

CliQ INDIA
Last updated: December 13, 2023 1:30 pm
CliQ INDIA
Share
5 Min Read
SHARE

পুনে, ১৩ ডিছেম্বৰ (হি.স.)। ক্লিয়াৰৰ দ্বাৰা পৰিচালিত টেনিছ প্ৰিমিয়াৰ লীগ (টিপিএল)ৰ ৫ম ছিজনৰ প্ৰথম দিনটো মঙলবাৰে ব্লকবাষ্টাৰ মেচৰ জৰিয়তে সমাপ্ত হয়। পুনেৰ চমকপ্ৰদ বালেৱাড়ী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক ভৱ্য মুকলি অনুষ্ঠানৰ অন্তত ভাৰতত প্ৰথমবাৰৰ বাবে কয়লা ৰঙৰ ক’ৰ্টত খেল অনুষ্ঠিত হয়।

দিনটোৰ প্ৰথমখন খেলত বেংগল উইজাৰ্ডছ আৰু হায়দৰাবাদ ষ্ট্ৰাইকাৰছৰ মাজত অনুষ্ঠিত হয়। মেচখন আৰম্ভ হয় মহিলা একক শাখাৰ পৰা। বেংগল উইজাৰ্ডছৰ মাৰিয়া টিমোফিভাই হায়দৰাবাদ ষ্ট্ৰাইকাৰছৰ এলেন পেৰেজৰ বিৰুদ্ধে খেলিছিল আৰু ১০ অলত ড্ৰ’ত শেষ হৈছিল।

মেচৰ অন্তত পুৰুষৰ একক শাখাত বেংগল উইজাৰ্ডছৰ শ্ৰীৰাম বালাজী আৰু হায়দৰাবাদ ষ্ট্ৰাইকাৰছৰ নিকি পুনাচাই মুখামুখি হয়, য’ত শ্ৰীৰাম বালাজীয়ে ১৬-৪ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পিছৰ শাখাত মিক্সড ডাবলছত বেংগল উইজাৰ্ডছৰ মাৰিয়া টিমোফিভা আৰু অনিৰুদ্ধ চন্দ্ৰশেখৰে হায়দৰাবাদ ষ্ট্ৰাইকাৰছৰ এলেন পেৰেজ আৰু সাকেথ মাইনেনীৰ বিৰুদ্ধে খেলিছিল আৰু হায়দৰাবাদ ষ্ট্ৰাইকাৰছৰ সপক্ষে ১৫–৫ ব্যৱধানত অন্ত পৰিছিল।

শেষৰ শাখাত পুৰুষৰ ডাবলছত বেংগল উইজাৰ্ডছৰ শ্ৰীৰাম বালাজী আৰু অনিৰুদ্ধ চন্দ্ৰশেখৰে হায়দৰাবাদ ষ্ট্ৰাইকাৰছৰ সাকেথ মাইনেনী আৰু নিকি পুনাচাৰ বিৰুদ্ধে খেলিব। বেংগল উইজাৰ্ডছৰ সপক্ষে ১৫-৫ ব্যৱধানত খেলখন সমাপ্ত হয়। এইদৰেই মেচখন ৪৬-৩৪ ব্যৱধানত বেংগল উইজাৰ্ডছৰ সপক্ষে সমাপ্ত হয়। মেচখনত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে বেংগল উইজাৰ্ডছৰ শ্ৰীৰাম বালাজীক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয়।

দিনটোৰ দ্বিতীয়খন খেলত ঘৰুৱা দল পুনে জাগুয়াৰে দিল্লী বিনি ব্ৰিগেডৰ বিৰুদ্ধে খেলিছিল। মেচখন আৰম্ভ হয় মহিলা একক শাখাৰ পৰা। পুনে জাগুয়াৰছৰ ডায়েনা মাৰ্চিনকেভিচাই দিল্লী বিনি ব্ৰিগেডৰ সাহাজা ইয়ামালাপল্লীৰ বিৰুদ্ধে খেলিছিল আৰু ডায়েনাৰ সপক্ষে ১২-৮ ব্যৱধানত অন্ত পৰে। ইয়াৰ পিছত পুৰুষৰ একক শাখাত পুনে জাগুয়াৰছৰ লুকাছ ৰ’ছল আৰু দিল্লী বিনি ব্ৰিগেডৰ ডেনিছ ন’ভাকৰ মাজত অনুষ্ঠিত হোৱা এখন খেলত ন’ভাকে ১৩-৭ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পিছৰ শাখাত মিক্সড ডাবলছত পুনে জাগুয়াৰছৰ ডায়েনা মাৰ্চিনকেভিচা আৰু ৰিটৱিক বলিপালীৰ বিৰুদ্ধে দিল্লী বিনি ব্ৰিগেডৰ সাহাজা ইয়ামালাপল্লী আৰু জীৱন নেডুনচেজিয়ানৰ বিৰুদ্ধে খেলখন ১০ অল ড্ৰ’ত সমাপ্ত হয়। শেষৰ শাখাত পুৰুষৰ ডাবলছত জীৱন নেডুনচেজিয়ান আৰু দিল্লী বিনি ব্ৰিগেডৰ ডেনিছ ন’ভাকৰ বিৰুদ্ধে পৰাস্ত হয় পুনে জাগুয়াৰছৰ ৰিটৱিক বলিপালী আৰু লুকাছ ৰ’ছল। দিল্লী বিনি ব্ৰিগেডৰ সপক্ষে ১১–৯ ব্যৱধানত খেলখন সমাপ্ত হয়। দিল্লী বিনি ব্ৰিগেডে পুনে জাগুয়াৰছক পৰাস্ত কৰি ৪২-৩৮ ব্যৱধানত জয়লাভ কৰে। পুনেৰ ডায়েনা মাৰ্চিনকেভিচাক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয়।

দিনটোৰ তৃতীয়খন মেচত পঞ্জাব পেট্ৰিয়াটছৰ বিৰুদ্ধে বেংগালুৰু এছ জি মেভেৰিক্সৰ মুখামুখি হয়। মেচখন আৰম্ভ হয় মহিলাৰ একক খেলৰ পৰা। পঞ্জাব পেট্ৰিয়াটছৰ কনি পেৰিনে বেংগালুৰু এছ জি মেভেৰিক্সৰ এৰিনা ৰ’ডিঅ’নোভাৰ বিৰুদ্ধে খেলিছিল আৰু চুইজাৰলেণ্ডৰ খেলুৱৈগৰাকীৰ সপক্ষে ১৩-৭ ব্যৱধানত অন্ত পৰে। ইয়াৰ পিছত পুৰুষৰ একক শাখাত পঞ্জাৱ পেট্ৰিয়াটছৰ দিগ্বিজয় প্ৰতাপ সিং আৰু বেংগালুৰু এছ জি মেভেৰিক্সৰ ৰামকুমাৰ ৰামনাথনৰ মাজত এখন খেল অনুষ্ঠিত হয়। ১১-৯ ব্যৱধানত বিজয়ী হৈ ওলাই আহে ৰামকুমাৰ ৰামনাথনে। ইয়াৰ পিছৰ মেচখন আছিল মিক্সড ডাবলছ শাখাত, য’ত পঞ্জাব পেট্ৰিয়াটছৰ কনি পেৰিন আৰু অৰ্জুন খাদেৰ বিৰুদ্ধে বেংগালুৰু এছ জি মেভেৰিক্সৰ আৰিনা ৰ’ডিঅ’নোভা আৰু বিষ্ণু বৰ্ধনে খেলিছিল। পঞ্জাৱ পেট্ৰিয়াটছৰ সপক্ষে ১২–৮ ব্যৱধানত খেলখন সমাপ্ত হয়। শেষৰখন খেলত পুৰুষৰ ডাবলছ শাখাত পঞ্জাব পেট্ৰিয়াটছৰ দিগ্বিজয় প্ৰতাপ সিং আৰু অৰ্জুন খাদেৰ বিৰুদ্ধে বেংগালুৰু এছ জি মেভেৰিক্সৰ ৰামকুমাৰ ৰামানাথন আৰু বিষ্ণু বৰ্ধনৰ বিৰুদ্ধে খেলিছিল। বেংগালুৰু এছ জি মেভেৰিক্সৰ সপক্ষে ১৩–৭ ব্যৱধানত খেলখন সমাপ্ত হয়। এইদৰে পঞ্জাব পেট্ৰিয়াটছ ৪১-৩৯ ব্যৱধানত জয়লাভ কৰে। পঞ্জাৱৰ কনি পেৰিনক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয়।

দিনটোৰ অন্তিমখন খেলত মুম্বাই লায়ন্স আৰ্মিৰ বিৰুদ্ধে গুজৰাট পেন্থাৰছৰ বিৰুদ্ধে খেলিছিল। মেচখন আৰম্ভ হয় মহিলা একক শাখাৰ পৰা। মুম্বাই লায়ন্স আৰ্মিৰ সৌজন্যা বাভিচেট্টিৰ বিৰুদ্ধে গুজৰাট পেন্থাৰ্ছৰ কৰ্মন কৌৰ থাণ্ডীৰ বিৰুদ্ধে। গুজৰাট ফ্ৰেঞ্চাইজিৰ সপক্ষে ১৪-৬ ব্যৱধানত খেলখন সমাপ্ত হয়। পুৰুষৰ একক শাখাত মুম্বাই লায়ন আৰ্মিৰ আৰ্নেষ্ট গুলবিছে গুজৰাট পেন্থাৰ্ছৰ সুমিত নাগালৰ বিৰুদ্ধে খেলিছিল আৰু নগালৰ সপক্ষে ১২-৮ ব্যৱধানত অন্ত পৰে। ইয়াৰ পিছতে মিক্সড ডাবলছ মেচ অনুষ্ঠিত হয়, য’ত মুম্বাই লায়ন আৰ্মিৰ সৌজন্য বাভিচেট্টি আৰু বিজয় সুন্দৰ প্ৰশান্তক গুজৰাট পেন্থাৰ্ছৰ কৰ্মন কৌৰ থাণ্ডী আৰু মুকুন্দ শচিকুমাৰে ১১-৯ ব্যৱধানত পৰাস্ত কৰে। পুৰুষৰ ডাবলছত মুম্বাই লায়ন আৰ্মিৰ আৰ্নেষ্ট গুলবিছ আৰু বিজয় সুন্দৰ প্ৰশান্তই গুজৰাট পেন্থাৰ্ছৰ সুমিত নাগাল আৰু মুকুন্দ ছাচিকুমাৰৰ সৈতে কঠিন মেচ খেলি মুম্বাই লায়ন আৰ্মিৰ সপক্ষে ১১-৯ ব্যৱধানত অন্ত পৰে। এই মেচখনৰ শেষত গুজৰাট পেন্থাৰছৰ জয়। চূড়ান্ত স্ক’ৰ ৪৬-৩৪ ব্যৱধানত গুজৰাটৰ সপক্ষে। গুজৰাট পেন্থাৰ্ছৰ কৰ্মন কৌৰ থাণ্ডীক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

প্ৰথম দিনটোৰ শেষত ৪৬ পইণ্টেৰে শীৰ্ষত আছিল বেংগল উইজাৰ্ডছ। ইয়াৰ পিছতে আছে গুজৰাট পেন্থাৰছ, যিয়ে প্ৰথম দিনটোৰ শেষত ৪৬ পইণ্ট লাভ কৰে। দিল্লী বিনিজ ব্ৰিগেডে ৪২ পইণ্টেৰে তৃতীয় স্থান দখল কৰাৰ বিপৰীতে পঞ্জাব পেট্ৰিয়াটছে ৪১ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰে। বেংগালুৰু (৩৯) পঞ্চম স্থান, পুনে (৩৮) ষষ্ঠ, মুম্বাই (৩৪) সপ্তম আৰু হায়দৰাবাদ (৩৪) অষ্টম স্থানত আছে।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ

You Might Also Like

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ বাবে নিউজিলেণ্ডৰ দল ঘোষণা
চেম্পিয়নছ লীগৰ ড্র: পি এছ জিৰ সন্মুখত বায়ার্ন আৰু বার্চিলোনা, মানচেষ্টাৰ চিটি আৰু লিভাৰপুলৰ বিৰুদ্ধে ৰিয়েল মাদ্রিদৰ যুঁজ
বডি বিল্ডিং জগতত টীয়কৰ নাম উজ্বলাইছে শান্তনু বৰা
মুম্বাইৰ হৈ ঘৰুৱা ক্ৰিকেট খেলি থাকিব যশস্বী জয়ছোৱাল
মেলবৰ্ণ টেষ্টত ইংলেণ্ডৰ ইতিহাস সৃষ্টি, ১৫ বছৰৰ পাছত অষ্ট্ৰেলিয়াত টেষ্টত জয়লাভ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কা' বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন
Next Article ২০ ডিছেম্বৰত মৈৰাবাৰীত অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী ভূগু কাশ্যপৰ সংগীতানুষ্ঠান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?