• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষা খডছেয়ে উদ্ধোধন কৰিলে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ১১ বছৰ অনুৰ্ধ দবা চেম্পিয়নশ্বিপ
Sports

কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষা খডছেয়ে উদ্ধোধন কৰিলে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ১১ বছৰ অনুৰ্ধ দবা চেম্পিয়নশ্বিপ

CliQ INDIA
Last updated: August 3, 2025 5:00 am
CliQ INDIA
Share
3 Min Read
SHARE

জলগাঁও, ০২ আগষ্ট (হি.স.)। মহাৰাষ্ট্ৰৰ জলগাঁৱৰ সুন্দৰ অনুভূতি মণ্ডপত শনিবাৰে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ১১ বছৰ অনুৰ্ধ দবা প্ৰতিযোগিতা উদ্বোধন কৰা হয়। এই সন্মানীয় প্ৰতিযোগিতাখন উদ্বোধন কৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খডছেয়ে। এই অনুষ্ঠানটো দেশৰ উদীয়মান দবা তাৰকাসকলক চিনাক্ত আৰু প্ৰশিক্ষণৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিবেচিত হৈছে।

এই প্ৰতিযোগিতাখনে ভাৰতৰ যুৱ দবা প্ৰতিভাৰ শক্তিক উজ্জ্বল কৰি তুলিছে, যাৰ উদাহৰণ শেহতীয়াকৈ ফিডে মহিলা বিশ্বকাপত দিব্যা দেশমুখৰ ঐতিহাসিক বিজয়েও দাঙি ধৰিছে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫৫০ জনতকৈ অধিক শিশু খেলুৱৈয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, ইয়াৰে প্ৰায় ৪০০ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ (FIDE) অফিচিয়েল ৰেটিং আছে – যিয়ে এই অনুষ্ঠানৰ উৎকৃষ্টতাক প্ৰতিফলিত কৰে। আন্দামান-নিকোবৰ, অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, চণ্ডীগড়, ছত্তীশগড়, দিল্লী, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা, কৰ্ণাটক, পঞ্জাৱ আৰু ৰাজস্থান আদি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অংশগ্ৰহণকাৰীসকলে জলগাঁওত উপস্থিত হৈছে।

১১ ৰাউণ্ডৰ চুইছ লীগ ব্যৱস্থাৰ অধীনত অনুষ্ঠিত হোৱা এই চেম্পিয়নশ্বিপে খেলুৱৈসকলক এফআইডিই ৰেটিং পইণ্ট লাভ আৰু উন্নত কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে। পুনেৰ অদ্বিক আগৰৱাল (ৰেটিং ২২৫১) আৰু কেৰালাৰ দেৱী বিজেশ (ৰেটিং ১৮৬৯)ৰ দৰে প্ৰতিভাৱান খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ইয়াৰ স্তৰ আৰু অধিক বৃদ্ধি কৰিছে।

জৈন ক্ৰীড়া একাডেমী, জলগাঁও জিলা দবা সন্থা, মহাৰাষ্ট্ৰ দবা সন্থা আৰু সৰ্বভাৰতীয় দবা ফেডাৰেচনৰ যৌথ প্ৰচেষ্টাত জৈন জলসিঞ্চনৰ মূল পৃষ্ঠপোষক হিচাপে আয়োজন কৰা হৈছে।

এই প্ৰতিযোগিতাত মুঠ ৮ লাখ টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰা হৈছে, য’ত বিজয়ী আৰু ৰানাৰ্ছ আপৰ উপৰিও উৎকৃষ্ট ড্ৰ’ আৰু প্ৰশংসনীয় প্ৰদৰ্শন কৰা খেলুৱৈকো পুৰস্কৃত কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষা খাদছে কয় যে কম বয়সতে ক্ৰীড়াৰ সুযোগে শিশুৰ সৰ্বাংগীন বিকাশৰ ভেটি স্থাপন কৰে। ‘খেলো ইণ্ডিয়া পলিচি ২০২৫’ আৰু ‘খেলো ইণ্ডিয়া’ৰ দৰে চৰকাৰী কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ কয় যে চৰকাৰৰ লক্ষ্য তৃণমূল পৰ্যায়ত ক্ৰীড়া সংস্কৃতিক প্ৰসাৰিত কৰা।

তেওঁ দবাক অনুশাসন, মানসিক ভাৰসাম্য আৰু বুদ্ধিমত্তাৰ বিকাশ কৰা খেল বুলি অভিহিত কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে।

উদ্বোধনী অনুষ্ঠানত জৈন জলসিঞ্চনৰ অধ্যক্ষ তথা সৰ্বভাৰতীয় দবা ফেডাৰেচনৰ উপদেষ্টা সাংসদ স্মিতা ৱাঘ, মহাৰাষ্ট্ৰ দবা সন্থাৰ কাৰ্যকৰী সভাপতি সিদ্ধাৰ্থ ময়ুৰ, জৈন ক্ৰীড়া একাডেমীৰ সভাপতি অতুল জৈন, মুখ্য মধ্যস্থতাকাৰী দেৱাশীষ বৰুৱাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

উগাণ্ডাৰ চি এ এফ আফ্ৰিকান নেচনছ চেম্পিয়নশ্বিপৰ বাবে চূড়ান্ত দল ঘোষণা
এছিয়ান গেমছ ২০২৬: ভাৰত-পাকিস্তানৰ মুখামুখি হোৱাৰ সম্ভাৱনা, ভাৰতীয় দলৰ ব্যস্ত সূচী
গুৱাহাটীত আয়োজন কৰিব এফ এম এছ চি আই ইণ্ডিয়ান নেচনেল ৰেলী স্প্ৰিণ্ট চেম্পিয়নশ্বিপ | BulletsIn
দেওবাৰে বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া ‘ফিট ইণ্ডিয়া ছাণ্ডে অন চাইকেল’ৰ নেতৃত্ব দিব ড০ মনসুখ মাণ্ডবিয়াই
কলকাতা টেষ্টত দক্ষিণ আফ্ৰিকাৰ ভাৰতক ৩০ ৰানত পৰাজিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সৰুপথাৰৰ মনালিছা হোটেলত সতীৰ্থৰ আক্ৰমণত নিহত হোটেলৰ কৰ্মচাৰী
Next Article শ্বাহৰুখ খানৰ ৰাষ্ট্ৰীয় বঁটাক ভগৱানৰ আশীৰ্বাদ বুলি অভিহিত কৰিছে পৰিচালক এটলীয়ে
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?