• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > কাৰ্গিল বীৰসকলক সন্মান জনাই ড° মাণ্ডবিয়াৰ নেতৃত্বত ‘চাণ্ডে অন চাইকেল’
Sports

কাৰ্গিল বীৰসকলক সন্মান জনাই ড° মাণ্ডবিয়াৰ নেতৃত্বত ‘চাণ্ডে অন চাইকেল’

CliQ INDIA
Last updated: July 28, 2025 1:05 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৭ জুলাই (হি.স.)। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ নেতৃত্বত দেওবাৰে গুজৰাটৰ আহমেদাবাদত কাৰ্গিল বিজয় দিৱসৰ স্মৃতিত ফিটনেছ আৰু দেশপ্ৰেমৰ মনোভাৱ উদযাপন কৰি ‘চাণ্ডে অন চাইকেল’ অভিযান উলিওৱা হয়। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ), ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ), নেহৰু যুৱ কেন্দ্ৰ সংগঠন (এন ৱাই কে এছ), গুজৰাট বিদ্যাপীঠ, স্থানীয় চাইকেলিং গোট আৰু ফিটনেছ অনুৰাগীকে ধৰি ৮০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।

কাৰ্গিল যুদ্ধৰ বীৰসকলক চেলুট দিয়া আৰু সুস্থ, ফিট ভাৰতৰ প্ৰচাৰৰ দ্বৈত অভিযানত মানুহক একত্ৰিত কৰাৰ বাবে একেলগে ৬ হাজাৰৰো অধিক স্থানত ‘চাণ্ডে অন চাইকেল’ পদক্ষেপৰ আয়োজন কৰা হৈছিল। ক্ৰীড়া মন্ত্ৰী ড০ মাণ্ডবিয়াই কয় যে প্ৰতি বছৰে ২৬ জুলাইত আমি কাৰ্গিল বিজয় দিৱসৰ দিনা আমাৰ জোৱানসকলৰ বীৰত্বক সন্মান জনাইছো। এই মনোভাৱক আগুৱাই লৈ গৈ আজি আমি গৌৰৱেৰে আমাৰ সশস্ত্ৰ বাহিনীৰ সৈতে ‘চাণ্ডে অন চাইকেল’ অভিযানত হাত মিলাইছো। আমাৰ সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলৰ সৈতে চাইকেল চলাই আমাৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিলোঁ।

তেওঁ কয় যে এখন সুস্থ ভাৰতৰ পৰাই উন্নত ভাৰতৰ দৃষ্টিভংগী আৰম্ভ হয়। মানুহ যেতিয়া শাৰীৰিকভাৱে সুস্থ হৈ থাকে তেতিয়া তেওঁলোকৰ মানসিক আৰু আৱেগিক স্থিতিস্থাপকতাও বাঢ়ি যায় আৰু এনে ব্যক্তিৰে গঠিত জাতি অজেয় হৈ পৰে। ফিটনেছ কেৱল শৰীৰৰ কথা নহয়, ই অনুশাসন, মনোনিৱেশ আৰু উদ্দেশ্যক প্ৰসাৰিত কৰা এক জীৱনশৈলী। প্ৰতিজন নাগৰিকক দৈনিক কমেও এঘণ্টা সময় চাইকেল চলোৱা বা শাৰীৰিক ক্ৰিয়া-কলাপত উচৰ্গা কৰিবলৈ আহ্বান জনাইছো। আমি যেতিয়া একেলগে লৰচৰ কৰো তেতিয়া আমি একেলগে বৃদ্ধি পাওঁ। এখন ফিট ভাৰত হৈছে এক ঐক্যবদ্ধ ভাৰত আৰু আমি সকলোৱে মিলি এখন শক্তিশালী, সুস্থ, অধিক স্বাৱলম্বী ভাৰত গঢ়িম।

ইয়াত দিল্লীৰ কন’ট প্লেচত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ইয়াত ‘চাণ্ডে অন চাইকেল’ কাৰ্যসূচীত ১০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা কাৰ্গিল যুদ্ধৰ প্ৰবীণ কৰ্ণেল বাক্ষীয়ে কয় যে এই পদক্ষেপে সকলো বয়সৰ লোকক একত্ৰিত কৰিছে। প্ৰায় ৭০ বছৰ বয়সত এনে এক প্ৰেৰণাদায়ক কামৰ অংশ হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

অৰ্জুন বঁটা বিজয়ী পেৰা শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছৰ মানসিক স্বাস্থ্য আৰু প্ৰত্যাহ্বানৰ ওপৰত নিজৰ অভিজ্ঞতা শ্বেয়াৰ | BulletsIn
চীন মাষ্টাৰছ ২০২৫: কোৰিয়ান খেলুৱৈৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত পুনৰ পৰাজিত পিভি সিন্ধু
এম আই বনাম চি এছ কে: সুনীল গাভাস্কাৰে হাৰ্দিক পাণ্ডিয়াক তীব্ৰ সমালোচনা কৰে, মেচৰ মাজভাগত ক্লাছ দেখুৱায়
এছিয়া কাপঃ আজি ভাৰত-পাকিস্তানৰ মেচ, হেণ্ডশ্বেক বিতৰ্কই পাক ল’ব নেকি?
গৰৈমাৰীত বন বিভাগৰ অভিযান, দুই লক্ষাধিক টকাৰ ফলা কাঠ জব্দ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article উৰিয়ামঘাটৰ পিছতে নগাঁৱৰ হাতিচোং মৌজাৰ বগৰিগুড়ি পামত চলিব বৃহৎ উচ্ছেদ অভিযান
Next Article দেশৰ শীৰ্ষ ৬ টা কোম্পানীৰ মাৰ্কেট কেপ ২.২২ লাখ কোটিতকৈ অধিক হ্ৰাস, চাৰিটা কোম্পানী লাভৱান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?