• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > এফ আই এইচ পুৰুষৰ জুনিয়ৰ বিশ্বকাপৰ পূৰ্বে ২০খন চহৰত ট্ৰফী ট্যুৰ অনুষ্ঠিত কৰিব হকী ইণ্ডিয়াই
Sports

এফ আই এইচ পুৰুষৰ জুনিয়ৰ বিশ্বকাপৰ পূৰ্বে ২০খন চহৰত ট্ৰফী ট্যুৰ অনুষ্ঠিত কৰিব হকী ইণ্ডিয়াই

CliQ INDIA
Last updated: November 7, 2025 9:50 am
CliQ INDIA
Share
3 Min Read
SHARE

– ২০খন চহৰ ভ্ৰমণ সম্পূৰ্ণ কৰি তামিলনাডুলৈ উভতি আহিব সন্মানীয় বিশ্বকাপ ট্ৰফী

নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। তামিলনাডুত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ হকী পুৰুষ জুনিয়ৰ বিশ্বকাপ ২০২৫ৰ পূৰ্বে আজি হকী ইণ্ডিয়াই দেশৰ ২০খন চহৰত ট্ৰফী ভ্ৰমণৰ কথা ঘোষণা কৰে। এই ভ্ৰমণৰ অংশ হিচাপে এই সন্মানীয় বিশ্বকাপ ট্ৰফীয়ে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিব, যাৰ ফলত হকী অনুৰাগীসকলে ইয়াক ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিব।

অহা ৭ নৱেম্বৰৰ পৰা নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত হকী ইণ্ডিয়া শতবাৰ্ষিকী উদযাপনৰ জৰিয়তে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব ট্ৰফী ভ্ৰমণ। ২৮ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ চেন্নাই আৰু মাদুৰাইত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পূৰ্বে সমগ্ৰ দেশৰ ক্ৰীড়াপ্ৰেমীসকলৰ সৈতে উত্তেজনা সৃষ্টি আৰু সংযোগ স্থাপনৰ লক্ষ্যৰে ট্ৰফী ট্যুৰ। ২০খন চহৰ ভ্ৰমণ সম্পূৰ্ণ কৰি তামিলনাডুলৈ উভতি আহিব ট্ৰফী।

হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ তিৰ্কিয়ে কয়, ট্ৰফী ট্যুৰৰ লক্ষ্য হৈছে এফ আই এইচ হকী পুৰুষ জুনিয়ৰ বিশ্বকাপৰ উত্তেজনাক দেশৰ প্ৰতিটো কোণলৈ লৈ যোৱা। ভাৰতীয় হকীৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত কাৰণ আমি এতিয়ালৈকে সৰ্ববৃহৎ জুনিয়ৰ বিশ্বকাপ আয়োজন কৰিছো, ২৪টা দলৰ সৈতে। আমি বিচাৰো যে সমগ্ৰ দেশখনে উদযাপনত যোগদান কৰক আৰু ভাৰতীয় দলটোক শুভকামনা জনাইছো।

সম্পাদক ভোলানাথ সিঙে কয়, জম্মু-কাশ্মীৰৰ পৰা কেৰালালৈকে এই ট্ৰফী ভ্ৰমণ হকী পৰিয়ালক একত্ৰিত কৰাৰ এক অনন্য পদক্ষেপ। নতুন দিল্লীত হকী ইণ্ডিয়াৰ শতবাৰ্ষিকী উদযাপনৰ সৈতে এই ভ্ৰমণৰ আৰম্ভণিয়ে ইয়াক আৰু অধিক বিশেষ কৰি তুলিছে। ২০খন চহৰৰ এই ভ্ৰমণৰ জৰিয়তে সমগ্ৰ দেশৰ অনুৰাগীসকলে এই সন্মানীয় প্ৰতিযোগিতাখন আয়োজন কৰাৰ উত্তেজনা ভাগ কৰিব পাৰিব।

এই উপলক্ষে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মানসুখ মাণ্ডৱিয়া, তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী তথা ক্ৰীড়া মন্ত্ৰী থিৰু উধয়ানিধি ষ্টেলিন, এফ আই এইচৰ সভাপতি দাতো’ টায়াব ইক্ৰাম, হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ তিৰ্কে, সম্পাদক ভোলা নাথ সিং, আৰু কোষাধ্যক্ষ ছেকাৰ জে মনোহৰন উপস্থিত থাকিব।

ট্ৰফী ভ্ৰমণৰ সময়সূচী:

৭ নৱেম্বৰ – নতুন দিল্লী

৯ নৱেম্বৰ – পঞ্চকুলা, হাৰিয়ানা (১২:০০ বজাত)

৯ নৱেম্বৰ – চণ্ডীগড় (৩:০০ বজাত)

১০ নৱেম্বৰ – অমৃতসৰ, পঞ্জাৱ

১১ নৱেম্বৰ – জম্মু, জম্মু আৰু কাশ্মীৰ

১২ নৱেম্বৰ – লক্ষ্ণৌ, উত্তৰ প্ৰদেশ

১৩ নৱেম্বৰ – উদয়পুৰ, ৰাজস্থান

১৪ নৱেম্বৰ – আহমেদাবাদ, গুজৰাট

১৫ নৱেম্বৰ – ভোপাল, মধ্য প্ৰদেশ

১৬ নৱেম্বৰ – কলকাতা, পশ্চিম বংগ

১৭ নৱেম্বৰ – ৰায়পুৰ, ছত্তীশগড়

১৮ নৱেম্বৰ – ৰাঁচী, ঝাৰখণ্ড

১৯ নৱেম্বৰ – পাটনা, বিহাৰ

২০ নৱেম্বৰ – ভুৱনেশ্বৰ, ওড়িশা

২১ নৱেম্বৰ – গুৱাহাটী, অসম

২২ নৱেম্বৰ – পুনে, মহাৰাষ্ট্ৰ

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

হাংগেৰীৰ বেনেডেক বিশ্বৰ আটাইতকৈ পুৰণি অলিম্পিক স্বৰ্ণ পদক বিজয়ী হিচাপে পৰিগণিত
৬৭ সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় গেমছ, সাঁতোৰ আৰু ডাইভিং চেম্পিয়নশ্বিপত উজ্জ্বলিল অসম সাঁতোৰ দল
ইউ এছ অ’পেন ২০২৫: ৪৫ বছৰ বয়সত ৱাইল্ড কাৰ্ড লাভ কৰা ভেনাছ উইলিয়ামছ ১৯৮১ চনৰ পিছত আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত
আজি এফ চি গোৱা আৰু ইষ্ট বেংগলৰ খেল
কামিন্স আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মণিপুৰঃ উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ ভঁৰাল
Next Article ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত আঠখন বিমান ভূপাতিত কৰা হৈছিল-ট্ৰাম্প
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?