• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > আহমেদাবাদ টেষ্টঃ ৱেষ্ট ইণ্ডিজৰ দুৰ্বল আৰম্ভণি, প্ৰথম দিনটোত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়লৈ ৯০ ৰানত হেৰুৱালে ৫ উইকেট
Sports

আহমেদাবাদ টেষ্টঃ ৱেষ্ট ইণ্ডিজৰ দুৰ্বল আৰম্ভণি, প্ৰথম দিনটোত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়লৈ ৯০ ৰানত হেৰুৱালে ৫ উইকেট

CliQ INDIA
Last updated: October 2, 2025 8:50 pm
CliQ INDIA
Share
1 Min Read
SHARE

মহম্মদ ছিৰাজৰ ৩টা উইকেট দখল

আহমেদাবাদ, ০২ অক্টোবৰ (হি.স.)। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ইয়াৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচৰ প্ৰথম দিনাই ৱেষ্ট ইণ্ডিজৰ আৰম্ভণি দুৰ্বল আছিল, দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত মাত্ৰ ৯০ ৰানত ৫ উইকেট হেৰুৱাইছিল। অধিনায়ক ৰষ্টন চেজে ২২ ৰানত অপৰাজিত হৈ থাকে।

এই মেচখনত ৱেষ্ট ইণ্ডিজৰ অধিনায়ক ৰষ্টন চেজে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়, যিটো সিদ্ধান্ত ভুল প্ৰমাণিত হয়। মহম্মদ চিৰাজ আৰু জছপ্ৰিত বুমৰাহে আগতীয়াকৈ আঘাত প্ৰদান কৰে আৰু ৪০ ৰানত চাৰিটা উইকেট হেৰুৱাই উইণ্ডিজৰ বাবে এক আমনিদায়ক পৰিস্থিতিৰ সৃষ্টি কৰে। ছিৰাজে টেগ নাৰায়ণ চন্দৰপলক ০, এলিক আথানাছে ১২, আৰু ব্ৰেণ্ডন কিঙক (১৩) আউট কৰাৰ বিপৰীতে জস্প্ৰিত বুমৰাহে জন কেম্পবেলক (০৮) আউট কৰে।

ইয়াৰ পাছতে শ্বাই হোপে (২৬) চেজৰ সৈতে ৫০ ৰান সংযোজন কৰি দলৰ স্ক’ৰ ৯০ লৈ বৃদ্ধি কৰে। এই স্ক’ৰত কুলদীপ যাদৱে হোপক বোল্ড কৰি ৱেষ্ট ইণ্ডিজক পঞ্চমটো আঘাত দিয়ে। হোপক আউট কৰাৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ কথা ঘোষণা কৰা হ’ল।

ভাৰতৰ হৈ ছিৰাজে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহ আৰু কুলদীপ যাদৱে এটাকৈ উইকেট দখল কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

হিৰো এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতত উপস্থিত জাপানী হকী দল
বক্সিং বিশ্ব কোৱালিফায়াৰঃ মুকুকাক পৰাস্ত কৰি ছিৱাচে ভাৰতক দিলে বিজয়ী আৰম্ভণি
ছত্তীশগড়ৰ যশপুৰত ১১-১৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ দবা প্ৰতিযোগিতা
ভাৰতীয় ক্ৰিকেটাৰ পৃথ্বী শ্ব’ই দীৰ্ঘদিনীয়া প্ৰেমিকা আকৃতি আগৰৱালৰ সৈতে বাগদান সম্পন্ন কৰিলে, ঘনিষ্ঠ অনুষ্ঠানৰ ছবি প্ৰকাশ
ৰোমাঞ্চকৰ স্থিতিত অভেল টেষ্ট, ইংলেণ্ডক ৩৭৪ ৰানৰ লক্ষ্য প্ৰদান ভাৰতৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ধিং এফ আৰ ইউত পুৱাই উত্তপ্ত পৰিস্থিতি
Next Article 'ছুপাৰপাৱাৰ'লৈ পৰিণত নয়নথাৰা, দশহৰাত মুক্তি পোৱা 'মুকুথি আম্মান ২'ৰ শক্তিশালী পোষ্টাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?