• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > আয়োজক নৰ্থইষ্ট ইউনাইটেডৰ বিৰুদ্ধে জয়লাভৰ লক্ষ্য মোহন বাগানৰ
Sports

আয়োজক নৰ্থইষ্ট ইউনাইটেডৰ বিৰুদ্ধে জয়লাভৰ লক্ষ্য মোহন বাগানৰ

CliQ INDIA
Last updated: December 15, 2023 2:30 pm
CliQ INDIA
Share
3 Min Read
SHARE

গুৱাহাটী, ১৫ ডিছেম্বৰ (হি.স.)। আজি নিশা ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ২০২৩-২৪ৰ খেলখনত আয়োজক দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব মোহন বাগান ছুপাৰ জায়েন্টছ দলে।

কেইবাটাও আঘাতৰ সৈতে যুঁজি মেৰিনাৰ্ছে ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হোৱা আই এছ এলৰ শেষৰখন খেলত ওডিছা এফ চিক ২-২ গ’লত ড্ৰ’ কৰি ৰাখিছিল। স্পেইনৰ মুখ্য প্ৰশিক্ষক জুয়ান ফেৰাণ্ডোৰ দলটোৱে এই ছিজনত দুটা মূল লক্ষ্য আছিল, প্ৰথমতে আই এছ এলত লীগ টেবুলত শীৰ্ষস্থান দখল কৰা আৰু দ্বিতীয়তে এ এফ চি কাপত ভাল প্ৰদৰ্শন কৰা। ঘৰুৱা ক্ষেত্ৰত তেওঁলোকে একেৰাহে পাঁচটা জয়ৰে আৰম্ভণি কৰিছিল, যিটো আই এছ এলৰ ইতিহাসত ইমানবোৰ মেচৰ পিছত সৰ্বশ্ৰেষ্ঠ অভিলেখ।

যোৱা চাৰিখন মেচত নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে দুখন ড্ৰ’ আৰু দুখন পৰাস্ত হৈছে। হাইলেণ্ডাৰছতকৈ এখন মেচ বেছি খেলি ষষ্ঠ স্থানত থকা চেন্নাইইন এফ চিৰ পৰা দুটা পইণ্ট পিছ পৰি আছে। শক্তিশালী মোহন বাগানৰ ছুপাৰ জায়েন্টৰ বিৰুদ্ধে খেলাটো কেতিয়াও সহজ নহয় যদিও কঠোৰ প্ৰতিযোগিতাৰ মাজত বিজয়ী হৈ ওলাই আহিবলৈ কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব।

মেচৰ পূৰ্বে সংবাদমেলত নৰ্থইষ্ট ইউনাইটেড এফ চিৰ স্পেইনৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালীয়ে কয় যে তেওঁলোক এটা ভাল দল, অতি ভাল দল আৰু তেওঁলোকৰ যিকোনো খেলুৱৈয়ে পৰিৱৰ্তন আনিব পাৰে। আমি ধনৰ পৰিৱৰ্তে মেচৰ ওপৰত গুৰুত্ব দিছো। কাৰণ শেষত প্ৰতিযোগিতাখন ১১ বনাম ১১ৰ মাজত। টকাই দীৰ্ঘম্যাদীভাৱে পাৰ্থক্য আনে, হ্ৰস্বম্যাদীভাৱে নহয়। বহুত টকা খৰচ কৰিলেই আপুনি জয়ী হ’ব বুলি ক’ব নোৱাৰি। সেইবাবেই আমাৰ হাতত পেৰিছ চেণ্ট জাৰ্মেইনৰ উদাহৰণ আছে। আমি এটা যুঁজাৰু দল। আমি কি কৰিব, কি নকৰিব জানো আৰু আমি তেওঁলোকক খেলপথাৰত দেখা পাম।”

মোহন বাগান ছুপাৰ জায়েন্টছৰ সহকাৰী প্ৰশিক্ষক ক্লিফৰ্ড মিৰাণ্ডাই এই মেচখনৰ প্ৰস্তুতিৰ বাবে সম্পূৰ্ণ শক্তিৰ দল এটা থকাৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁ কয়, ‘আমাৰ সকলো খেলুৱৈ উপলব্ধ হোৱাটো সদায় গুৰুত্বপূৰ্ণ হৈ আহিছে, যাতে আমাৰ হাতত নিৰ্বাচন কৰিবলৈ খেলুৱৈৰ এক বহল পুল থাকে, যাতে আমি কেইজনমান খেলুৱৈৰ মাজত সীমাবদ্ধ হৈ থকাতকৈ আমাৰ দলটোক ভালদৰে গঢ়ি তুলিব পাৰো।’

উল্লেখ্য যে এতিয়ালৈকে দুয়োটা দলৰ মাজত ৮ খন মেচ খেলিছে, ইয়াৰে মহন বাগান ছুপাৰ জায়েণ্টে ৫ খন আৰু নৰ্থইষ্ট ইউনাইটেডে ২ খনত জয়লাভ কৰিছে, আনহাতে ১ খন মেচ ড্ৰ’ হৈছে।

হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ

You Might Also Like

আহমেদাবাদ টেষ্ট দ্বিতীয় দিন: ৰাহুল, জুৰেল আৰু জাদেজাৰ শতকেৰে ভাৰতৰ ২৮৬ ৰানৰ অগ্ৰগতি
নেপালে ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৪ৰ পৰা ভাৰতক দিলে বিদায় | BulletsIn
চিনচিনাটি অ’পেনত চুয়াটেকে পালে ৱাক অভাৰ, গ’ফৰ শ্বিনিউক পৰাজিত
এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপঃ ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ কোৰিয়াক পৰাস্ত কৰি সোণৰ পদক লাভ
এডগবাষ্টন টেষ্টৰ পূৰ্বে ৱ’কেছে কয় – বলাৰসকলৰ বাবে হ’ব পাৰে আন এক কঠিন সপ্তাহ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article হোজাই মুল্লাগ্ৰামত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত ২
Next Article তামাৰহাটৰ পাগলাহাটত আৰক্ষীৰ অভিযানত মাংসসহ পাঁচ জনক আটক, জব্দ দুখনকৈ বাহন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?