• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > আছিফ আৰু পোলাৰ্ডৰ বাবে নিউয়ৰ্ক ষ্ট্ৰাইকাৰছে প্ৰথমবাৰলৈ দখল কৰিলে আবুধাবি টি-১০ খিতাপ
Sports

আছিফ আৰু পোলাৰ্ডৰ বাবে নিউয়ৰ্ক ষ্ট্ৰাইকাৰছে প্ৰথমবাৰলৈ দখল কৰিলে আবুধাবি টি-১০ খিতাপ

CliQ INDIA
Last updated: December 10, 2023 12:00 pm
CliQ INDIA
Share
2 Min Read
SHARE

আবুধাবি, ১০ ডিছেম্বৰ (হি.স.) আছিফ আলী (৪৮ নট আউট) আৰু অধিনায়ক কিয়ৰন পোলাৰ্ড (২২ নট আউট)ৰ মাজত ৫৬ ৰানৰ অপৰাজিত অংশীদাৰিত্বৰ ভিত্তিত শনিবাৰে নিশা ইয়াত অনুষ্ঠিত হোৱা চূড়ান্ত মেচত নিউয়ৰ্ক ষ্ট্ৰাইকাৰছে ডেকান গ্লেডিয়েটৰছক ৭ উইকেটত পৰাস্ত কৰি প্ৰথম বাৰৰ বাবে আবু ধাবি টি ১০ টুৰ্ণামেণ্টৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে।

৯১ ৰানৰ লক্ষ্য খেদি ষ্ট্ৰাইকাৰে ৯.২ অভাৰত তিনিটা উইকেটত ৯৪ ৰান সংগ্ৰহ কৰি ৪টা বল বাকী থকা অৱস্থাত মেচখনত জয়লাভ কৰে। মুঠ ৩৮ ৰানত নিৰোশন ডিকৱেলাৰ উইকেট পতনৰ পাছত আছিফ আৰু পোলাৰ্ডে ষ্ট্ৰাইকাৰক আৰু কোনো ধৰণৰ ক্ষতিৰ সুযোগ নিদিলে আৰু মেচত জয়ী হৈ পুনৰ পেভিলিয়নলৈ উভতি আহে।

ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ডেকান গ্লেডিয়েটৰ্ছে আন্দ্ৰে ৰুজ (৩০ নট আউট) আৰু ডেভিড ৱেইছ (২০ নট আউট)ৰ উৎকৃষ্ট বেটিঙৰ বাবে ১০ অভাৰত ৫ উইকেটত ৯১ ৰান সংগ্ৰহ কৰে। ১৮ বলৰ ইনিংছত ৰাছেলে দুটা চাৰি আৰু ইমানখিনি ছয় কৰাৰ বিপৰীতে ৱেইছে ১১টা বলত দুটা ছয় আৰু এটা চাৰিটা ৰান কৰে। দুয়োজনে ষষ্ঠ উইকেটত ১৭টা বলত ৩৪ ৰান সংযোজন কৰে।

ডেকান গ্লেডিয়েটৰছৰ হৈ টম কোহলাৰ কেডমৰে ১৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক নিকোলাছ পুৰানে ১৫ ৰান সংগ্ৰহ কৰে। ফেবিয়ান এলেন (১) দুগুণ সংখ্যাত উপনীত হ’ব নোৱাৰিলে।

নিউয়ৰ্ক ষ্ট্ৰাইকাৰছৰ হৈ সুনীল নাৰিনে ৬ ৰানত দুটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ জুৱাদুল্লা, জৰ্জ স্ক্ৰিমশ্ব আৰু আকিল হুছেইনে এটাকৈ উইকেট লাভ কৰে।

লক্ষ্য অনুসৰণ কৰি নিউয়ৰ্ক ষ্ট্ৰাইকাৰছে ৯.২ অভাৰত ৩টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। ৭ ৰানত দুটা উইকেট (ৰহমাদুল্লাহ গুৰবাজ আৰু মহম্মদ ৱাছিম) পতনৰ পিছত আছিফ আৰু অধিনায়ক কিয়ৰন পোলাৰ্ডৰ বাহিৰেও নিৰোশন ডিকৱালাই ১৪ ৰান সংগ্ৰহ কৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

২৫ বলৰ ইনিংছত আছিফে ২ চাৰি আৰু ৪ ছয় কৰাৰ বিপৰীতে অধিনায়ক পোলাৰ্ডে ১৩টা বলত ১ চাৰি আৰু ১ ছয় কৰে। গ্লেডিয়েটৰছৰ হৈ ট্ৰেণ্ট ব’ল্ট, নুৱান থুছাৰা আৰু আন্দ্ৰে ৰাছেলে এটাকৈ উইকেট দখল কৰে।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ

You Might Also Like

ভাৰত চৰকাৰৰ নেপাল ৰাষ্ট্ৰীয় দললৈ ক্ৰিকেট কিট উপহাৰ
স্কটলেণ্ডৰ ২৬ বছৰৰ পাছত ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন, মেকট’মিনেই দিলে যাদুকৰী গ’ল
আই এছ এছ এফ বিশ্বকাপঃ ফাইনেলৰ দৌৰত ভৱেশ, মেহুলী আৰু মণিনিয়ে কৰিব নোৱাৰিলে প্ৰভাৱিত
এদিনীয়া ৰেংকিঙত দ্বিতীয় স্থানলৈ কোহলি, শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে ৰোহিত শৰ্মাই
পি এছ জিৰ বিৰুদ্ধে পৰাজয়ৰ পাছত ৰিয়েল মাদ্রিদৰ পৰা বিদায় ল’লে লুকা মড্ৰিচে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ধিঙৰ মুছলিম চৰত আৰক্ষীৰ গুলিচালনা
Next Article ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৬৩৭ কিলোগ্ৰাম গাঁজা জব্দ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?