• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > অষ্ট্ৰেলিয়ান অ’পেন ২০২৬ৰ বাবে ৱাইল্ডকাৰ্ড প্ৰৱেশ লাভ ভেনাছ উইলিয়ামছৰ
Sports

অষ্ট্ৰেলিয়ান অ’পেন ২০২৬ৰ বাবে ৱাইল্ডকাৰ্ড প্ৰৱেশ লাভ ভেনাছ উইলিয়ামছৰ

CliQ INDIA
Last updated: January 2, 2026 5:40 pm
CliQ INDIA
Share
2 Min Read
SHARE

মেলবৰ্ণ, ০২ জানুৱাৰী (হি.স.)। অহা ১৮ জানুৱাৰীৰ পৰা মেলবৰ্ণত আৰম্ভ হ’বলগীয়া ২০২৬ চনৰ অষ্ট্ৰেলিয়ান অ’পেন টেনিছ প্ৰতিযোগিতাখনৰ বাবে সাতবাৰৰ গ্ৰেণ্ড শ্লেম একক চেম্পিয়ন ভেনাছ উইলিয়ামছে ৱাইল্ডকাৰ্ড প্ৰৱেশৰ অনুমতি লাভ কৰিছে। শুকুৰবাৰে প্ৰতিযোগিতাখনৰ আয়োজকসকলে এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।

প্ৰায় ২৮ বছৰৰ পাছত মেলবৰ্ণ পাৰ্কলৈ উভতি আহিব ৪৫ বছৰীয়া ভেনাছ উইলিয়ামছ। ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে ইয়াত খেলিছিল, দ্বিতীয় ৰাউণ্ডত তেওঁৰ সৰু ভগ্নী ছেৰেনা উইলিয়ামছক পৰাস্ত কৰিছিল। অৱশ্যে কোৱাৰ্টাৰ ফাইনেলত সহযোগী আমেৰিকান লিণ্ডচে ডেভেনপ’ৰ্টৰ হাতত পৰাস্ত হয়।

নৱেম্বৰ মাহত ভেনাছে অষ্ট্ৰেলিয়ান অ’পেনৰ দুসপ্তাহ পূৰ্বে নিউজিলেণ্ডৰ অকলেণ্ডত খেলিব বুলি ঘোষণা কৰিছিল, য’ত তেওঁ ৱাইল্ডকাৰ্ডো লাভ কৰিছিল। ইয়াৰ উপৰিও অষ্ট্ৰেলিয়ান অ’পেনৰ ঠিক আগতে অষ্ট্ৰেলিয়াৰ হোবাৰ্টত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

ভেনাছ উইলিয়ামছে শেষবাৰৰ বাবে ২০২১ চনত মেলবৰ্ণত খেলিছিল।অষ্ট্ৰেলিয়ান অ’পেন মহিলা একক শাখাত দুবাৰকৈ ৰানাৰ্ছ আপ স্থান দখল কৰিছে—২০০৩ আৰু ২০১৭ চনত, দুয়োবাৰেই ফাইনেলত ভগ্নী ছেৰেনাৰ হাতত পৰাস্ত হৈছিল।

ভেনাছে কয়, মই অষ্ট্ৰেলিয়ালৈ উভতি আহিবলৈ পাই অতিশয় উৎসাহিত হৈছো আৰু অষ্ট্ৰেলিয়াৰ গ্ৰীষ্মকালত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী। ইয়াত মোৰ ইমানবোৰ আচৰিত স্মৃতি আছে, আৰু সেই ঠাইলৈ ঘূৰি অহাৰ সুযোগ পোৱাটোৱে মোৰ কেৰিয়াৰৰ বাবে বহুত গুৰুত্বপূৰ্ণ।

মেলবৰ্ণ পাৰ্কত ভেনাছৰ ৫৪টা জয় আৰু ২১টা পৰাজয়ৰ অভিলেখ আছে। ২০২৬ চন হ’ব তেওঁৰ ২২ সংখ্যক অষ্ট্ৰেলিয়ান অ’পেনৰ মূল ড্ৰ’ত।

প্ৰতিযোগিতাখনৰ আয়োজকসকলে জনোৱা মতে, অষ্ট্ৰেলিয়ান অ’পেনৰ মূল ড্ৰ’ত খেলা আটাইতকৈ বয়সীয়াল মহিলা খেলুৱৈ হিচাপে পৰিগণিত হ’ব ভেনাছ উইলিয়ামছ। ইয়াৰ পূৰ্বে এই অভিলেখ জাপানৰ কিমিকো ডেটৰ হাতত আছিল, যিয়ে ২০১৫ চনত ৪৪ বছৰ বয়সত ইয়াত খেলিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

১৪ বছৰৰ পাছত ভাৰতলৈ আহিব লিয়নেল মেছি | BulletsIn
বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতীয় পুৰুষৰ কম্পাউণ্ড দলৰ ইতিহাস ৰচনা, প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ
পঞ্চম ছিজনৰ পূৰ্বে প্ৰফেচনেল ৰেছলিং লীগে ঘোষণা কৰিলে ফ্ৰেঞ্চাইজি আৰু মালিকীস্বত্বৰ গাঁথনি
ছিংকফিল্ড কাপঃ চতুৰ্থ ৰাউণ্ডত ভাচিয়াৰ-লেগ্ৰেভৰ সৈতে ড্র
অধিনায়ক নীতিশ ৰানাৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ বলত পশ্চিম দিল্লী লায়ন্সৰ ডি পি এল ২০২৫ খিতাপ দখল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নলবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী পৰিবহন বিভাগৰ লগতে যানবহন শাখা আৰু আবকাৰী বিভাগৰ যৌথ অভিযান
Next Article ‘ৰাহু কেতু’ৰ সৈতে বিপুল ভিগৰ বিশেষ প্ৰস্তুতি, পৰ্দাত সৃষ্টি কৰিব ধমাকা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?