দৰং, ২৮ ডিছেম্বৰ(হি.স.)। এখন দুখন নহয় ১৪ খনকৈ মৌ বাহে আশ্ৰয় লৈছে ছিপাঝাৰৰ এটা বিশেষ পৰিয়ালৰ বাসগৃহত। ঘৰ খনৰ ভিতৰকে ধৰি চৌহদৰ আটাইকেইটা স্থানত মৌ জাকে আশ্ৰয় লোৱাৰ পিছতো শংকা নাই পৰিয়ালটোৰ।
আনকি ঘৰৰ পৰিয়ালৰ শিশু সকলৰ লগতে জ্য়েষ্ঠ সকলোকো আজি পৰ্যন্ত মৌ জাকে কোনো প্ৰকাৰৰ অনিষ্ট সাধন কৰা নাই। একপ্ৰকাৰ মৌ জাক সমূহৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে এই পৰিয়ালটোৱে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ
