বঙাইগাঁও, ১৯ অক্টোবৰ : বঙাইগাঁও জিলাৰ কাকাৰাগাওঁ উত্তৰ ভাদ্ৰাগাওঁ যুৱ সংঘৰ সৌজন্যত ২৬ আৰু ২৭ অক্টোবৰ দিনা দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিযোগিতামূলক হাদু,গুদু খেল অনুষ্ঠিত হ’ব ৷
উক্ত খেলত জাতি ধৰ্ম নিৰ্বীৰষেশে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে পৰিচালনা সমিতিয়ে ৷
