নিৰ্দিষ্ট নিয়ম নোমনা স্কুল বাছৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ। শিক্ষানগৰী পাঠশালাৰ ৰাজপথত নীতি-নিয়ম নোমনা ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা স্কুল বাছৰ বিৰুদ্ধে অভিযান চলাইছে পৰিবহন বিভাগে।
BulletsIn
- ১. নিয়ম নোমনা স্কুল বাছৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিবহন বিভাগে পাঠশালাত অভিযান চলাইছে।
- ২. চৰকাৰ-প্ৰশাসন আৰু উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিয়মবোৰ স্কুল বাছ কর্তৃপক্ষ তথা চালক-হেন্দিমেন সকলে মানি নচলে।
- ৩. স্কুল বাছত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সুৰক্ষা ব্যৱস্থা নাথাকে।
- ৪. কোনো স্কুল বাছতে চি চি টিভি কেমেৰা নাই।
- ৫. ছিট বেল্টৰ সুবিধা অনুপস্থিত।
- ৬. অগ্নিনিৰ্বাপক ব্যৱস্থা নাই।
- ৭. মহিলা কৰ্মচাৰী নাই।
- ৮. ছিটৰ তলত চেল্ফৰ সুবিধা নাই।
- ৯. এই অনিয়মৰ ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ সম্ভাৱনা থাকে।
- ১০. নিয়ম নোমনা উদণ্ড চালকসকলৰ বিৰুদ্ধে বৰপেটা জিলা পৰিবহন বিভাগে অভিযান চলাইছে।
