গোলাঘাট, ফ্ৰেব্ৰুৱাৰী : কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলৰ তৎপৰতা। বোকাখাতত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা । গোলাঘাট জিলাৰ বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ লগতে বিভিন্ন নেতাৰে আলোচনা মন্ত্ৰী হাজৰিকাৰ ।
বোকাখাত, গোলাঘাট, সৰুপথাৰ, খুমটাই আৰু দেৰগাওঁ বিধান সভা সমষ্টিৰ মণ্ডল সভাপতি সহ দলীয় নেতাৰ সাক্ষ্যগ্ৰহণ মন্ত্ৰীজনৰ ।কাজিৰঙা লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিয়াৰ বাবে প্ৰস্তাৱ। অগপ দলেৰে মিত্ৰতাৰে নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’ব বিজেপি ।
