• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > ধুবুৰী জিলাৰ বালাজানত ৰকিবুল হুছেইনৰ হৈ প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ
Regional

ধুবুৰী জিলাৰ বালাজানত ৰকিবুল হুছেইনৰ হৈ প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

CliQ INDIA
Last updated: May 2, 2024 12:35 pm
CliQ INDIA
Share
4 Min Read
SHARE

ধুবুৰী, ০১ মে’। ধুবুৰীৰ বালাজানত ন্যায় সংকল্প যাত্ৰা সভাস্থলীত উপস্থিত হয় প্ৰিয়ংকা গান্ধী ।কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। চাৰ্টাড বিমানেৰে আহি ৰূপচী বিমানবন্দৰত অৱতৰণ কৰি বাহনেৰে বালাজান সভাস্থলীলৈ আহে প্ৰিয়ংকা।

তেওঁৰ লগত উপস্থিত থাকে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙ, এ পি চি চিৰ সভাপতি ভূপেন বৰা, যোৰহাট লোকসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী গৌৰৱ গগৈ তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া।হেজাৰ হেজাৰ মানুহৰ উপস্থিতি সভাখনত । উপস্থিত ৰাইজৰ আগত প্ৰিয়ংকা গান্ধীয়ে নিজ ভাষণ প্ৰদান কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে আৰু ৰকিবুল হুছেইনৰ বাবে ভোট ভিক্ষা কৰে। তেওঁ নিজ ভাষণত কয় যে দেশত এতিয়া ৰোজগাৰ নোহোৱা হৈছে । তাৰ দায়ী বিজেপি চৰকাৰ। খেতিৰ সকলো বস্তুত জিএছটি লগাইছে, খেতি নষ্ট হ”লে চোৱা মানুহ নাই, চৰকাৰে খবৰ নলয় খেতিয়কৰ ।

১২০০ টকাত আজি এটা চিলিণ্ডাৰ পোৱা নাযায় । তথাপিও ভোট বিচাৰে বিজেপি চৰকাৰে ।কংগ্ৰেছ পাৰ্টিৰ গেৰান্টী আছে মাহত ৮৫০০ টকা কৰি বছৰত ১ লাখ টকা পাব যদি কংগ্ৰেছ চৰকাৰ আহে ।মহিলাসকলে সকলোতকে বেছি কষ্ট কৰে । বিজেপি চৰকাৰে একো কৰা নাই মহিলাৰ কাৰণে ।বিজেপি চৰকাৰে ৫ কেজি চাউল আৰু ১২০০ টকা দিছে মাত্ৰ । প্ৰিয়ংকাই সমালোচনা কৰি কয় যে কৰ্ণাটকত বিজেপি পাৰ্টীৰ অপৰাধী মানুহৰ সৈতে মোদী জী মঞ্চত একেলগে বহে । অপৰাধী সকলক বিজেপিয়ে অপৰাধ কৰিবলৈ দিয়ে । খেতিয়কৰ আন্দোলনত মোদীয়ে আন্দোলন কাৰী সকলক লগ ধৰা নাই । চাহ বাগানৰ মজদুৰ সকলৰ ৰোজগাৰ বৃদ্ধি কৰা নাই বিজেপিয়ে ।কংগ্ৰেছ চৰকাৰ আহিলে নুন্যতম ৪০০ টকা দিন মজুৰী কৰিব । কংগ্ৰেছ চৰকাৰ আহিলে কোচ ৰাজবংশীক সম্প্ৰদায়ক এছ টি কৰোৱা হব ।

অসমত বিজেপি আৰু এআইইউডিএফ এ অসম খনক বেলেগ দিশে লৈ গৈ আছে । য”ত য”ত কংগ্ৰেছে নিৰ্বাচন খেলিছে সেই ঠাইত আজমলে নিৰ্বাচন খেলি কংগ্ৰেছক দুৰ্বল কৰিব বিচাৰে ।বদৰুদ্দিন আজমল এজন ব্যৱসায়ী কিন্ত ধুবুৰীত একো কৰা নাই । বিজেপি চৰকাৰে কেৱল ব্যৱসায়ী সকলৰ সৈতে ভাল সম্পৰ্ক ৰাখে । দেশৰ বহু প্ৰতিষ্ঠান আজে প্ৰাইভেটেচন কৰিছে । ১৬ লাখ কোটি টকা মাফ কৰি দিছে কেন্দ্ৰ চৰকাৰে ।

কংগ্ৰেছৰ য”ত চৰকাৰ আছে তাত খেতিয়কৰ কৰ মাফ কৰি দিছে কংগ্ৰেছ চৰকাৰে । বিজেপি চৰকাৰে ভ্ৰষ্টাচাৰী সকলৰ পৰা বৰঙণি লৈ তেওঁ লোকক এৰি দিয়ে । বিজেপি চৰকাৰ সকলোতকৈ বেছি পইচা থকা দল । ৭০ বছৰত কংগ্ৰেছে যিমান টকা ইনকাম কৰিছে কিন্তু ১০ বছৰত বিজেপিয়ে কংগ্ৰেছতকৈ বেছি টকা ইনকাম কৰিছে। লাচিত বৰফুনৰ ১২৫ ফুট মূৰ্তি বনাইছে, তাতকৈ ওখ মূৰ্তি নৰেন্দ্ৰ মোদীয়ে নিজৰ বনাবলৈ যোজা লগাইছে বুলিও প্ৰিয়ংকাই কয়।

তেওঁ অভিযোগ কৰে যে, সংবিধান সলনি কৰিব বিচাৰিছে বিজেপি চৰকাৰে । বিজেপিয়ে প্ৰতিটো নিৰ্বাচনত সাম্প্ৰদায়িক কৰিব বিচাৰে । বিজেপিয়ে বিমুদ্ৰাকৰণ কৰি দেশৰ বেয়া অবস্থা কৰিছে ।বিজেপিয়ে একো বনোৱা নাই । কংগ্ৰেছে সকলো সংস্থা বনাইছে । নৰেন্দ্ৰ মোদীয়ে বাৰানসীত নিজৰ সমষ্টিৰ এজন মানুহৰ ঘৰতো যোৱা নাই । হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, বদৰুদ্দিন আজমলে নিজৰ স্বাৰ্থ লৈ থাকে মাথোঁ, ৰাইজৰ বাবে একো কৰা নাই বুলিও প্ৰিয়ংকাই কয় ।

তেওঁ লগতে কয়, কংগ্ৰেছ চৰকাৰ আহিলে অগ্নিবীৰ স্কীম বন্ধ কৰি দিব । যুৱ সকলৰ বাবে ৫ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰিব । শিক্ষাৰ লোন মাফ কৰি দিব । খেতিৰ সকলো সামগ্ৰীত জি এছ টি মাফ কৰিব আৰু খেতিয়সকলৰ বাবে আইন আনিব । স্বাস্থ্যৰ বাবে ২৫ লাখ টকাৰ সুবিধা কৰা হব ।মানুহৰ নুন্যতম মজুৰী ৪০০ টকা কৰা হব বুলিও নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰিয়ংকা গান্ধীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰা দেখা যায়।।

You Might Also Like

নলবাৰী চহৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিমূৰ্তি দাহ
পুৰণিগুদামৰ মুঢ়ানীত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ
ৰূপাহীহাটৰ নাঙলদুৱাত গুলি চালনাৰ ঘটনা
হাইলাকান্দি বন বিভাগৰ অভিযানত জব্দ ১০ খন অবৈধ শিল বালি ভৰ্তি ট্ৰাক
তামুলপুৰৰ নিৰ্বাচনী ব্যয় সন্দৰ্ভত পৰ্যৱেক্ষকৰ সভা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কংগ্ৰেছৰ ন্যায় পত্ৰত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ কোনো উল্লেখ নাই: জয়ৰাম ৰমেশ
Next Article হ্ৰাস পোৱাৰ পিছত পুনৰ বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য, প্ৰায় ৪০০ টকা বৃদ্ধি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?