লক্ষীমপুৰ, ১৪ ফেব্ৰুৱাৰী : ঢকুৱাখনা মাতমৰা পঞ্চায়তত ২০ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ উদাযাপন কৰিছে আলি আয়ে লৃগাং।
ঐনিতম সুৰত গুমৰাগ ছন্দত আপোন পাহৰা মিচিং ডেকা গাভৰু । আজি অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকল কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং। প্ৰাণোচ্ছল হৈ উঠিছে ঢকুৱাখনাৰ মিচিং জনবসতি অঞ্চল। ঢকুৱাখনা মাতমৰা পঞ্চায়তত ২০ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ উদাযাপন কৰিছে হেঁপাহৰ উৎসৱ আলি আয়ে লৃগাং।
