ওদালগুৰি, ২৯ ছেপ্টেম্বৰ (হি.স.)। নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰি পৰিষদত শাসনৰ ভাৰ চম্ভালিবলৈ আগবঢ়া হাগ্ৰামা মহিলাৰি আৰু বিপিএফ দলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন এবছুৰ সভাপতি গৰাকীৰ। ওদালগুৰিত এবছুৰ সভাপতি দিপেন বড়োৰ সংবাদমেল।
সংবাদমেলত তেও উল্লেখ কৰে যে, বিজয় উৎসৱৰ নামত বিশৃংখলতা সৃষ্টি নকৰিবলৈ আৰু বিটিচি অঞ্চলত শান্তি সম্প্ৰীতি অক্ষুন্ন ৰাখিবলৈ সকলো পক্ষকে আহ্বান এবছুৰ সভাপতি গৰাকীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
