• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > সপ্তাহজোৰা কাৰ্যসূচীৰে কামৰূপ মহানগৰ জিলাত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্মদিৱস উদযাপন
Regional

সপ্তাহজোৰা কাৰ্যসূচীৰে কামৰূপ মহানগৰ জিলাত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্মদিৱস উদযাপন

CliQ INDIA
Last updated: October 30, 2025 8:20 am
CliQ INDIA
Share
2 Min Read
SHARE

গুৱাহাটী,২৯ অক্টোবৰ (হি.স.)। ভাৰতবৰ্ষৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধীয়ে এখন সংবাদ মেল সম্বোধন কৰে । অহা ৩১ অক্টোবৰৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে ইউনিটি মাৰ্চ-এক ভাৰত – আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক লক্ষ্যৰে লৌহমানৱ গৰাকীৰ ডেৰশ বছৰীয়া জন্ম দিৱস পালন কৰা হ’ব । এই উপলক্ষ্য কামৰূপ মহানগৰ জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

এই সাতদিনীয়া কাৰ্যসূচীৰ ভিতৰত আছে কামৰূপ মহানগৰ জিলাৰ অমৃত সৰোবৰসমূহ চাফ-চিকুণ কৰা , ৰাষ্ট্ৰীয় মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্ত্তিসমূহ পৰিষ্কাৰ – পৰিচ্ছন্ন কৰি মাল্যাৰ্পণ কৰা, সামাজিক ঘটনাপ্ৰবাহক লৈ বাটৰ নাট প্ৰদৰ্শন , যোগ কেন্দ্ৰসমূহত যোগ প্ৰদশৰ্ন কৰা ইত্যাদি । স্বদেশী বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰিবলগীয়া স্বদেশী মেলা সন্দৰ্ভত সংবাদমেলত সাংসদ কলিতা মেধীয়ে কয় যে ইয়াত অংশগ্ৰহণ কৰি সকলোৱে স্বদেশী বস্তু ক্ৰয় কৰিব পাৰিব । তদুপৰি নিচামুক্ত ভাৰত সন্দৰ্ভত শপত লোৱা হ’ব । একেদৰে, অহা ৭ নৱেম্বৰৰ পুৱা ৬ বজাত মহানগৰীৰ অটল অমৃত উদ্যানৰ পৰা ইউনিটি মাৰ্চ আৰম্ভ হৈ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত অন্ত পৰিব । এই ইউনিটি মাৰ্চত বিদ্যালয়, মহাবিদ্যালয়,এন এছ এছৰ ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণে অংশগ্ৰহণ কৰিব ।সাংসদগৰাকীয়ে এই ৰাণ ফৰ ইউনিটিত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে লৌহমানৱগৰাকীৰ ডেৰশ বছৰীয়া জন্ম দিৱসৰ সৈতে সংগতি ৰাখি যোৱা ৬ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মন্ত্ৰী ডা: মনসুখ মাণ্ডবিয়াই ডিজিটেল প্ৰচাৰৰ বাবে মাই ভাৰত প’ৰ্টেল মুকলি কৰিছে । এই প’ৰ্টেলত কুইজ প্ৰতিযোগিতা ,সামাজিক মাধ্যমত ৰীল বনোৱা আৰু ৰচনা লিখা প্ৰতিযোগিতাক অন্তৰ্ভুক্ত কৰা হৈছে। আজিৰ এই সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান ,অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ’ কৰণ পেগু,জিলা ক্ৰীড়া বিষয়া পুস্পেন্দু দাস ,মাই ভাৰত, কামৰূপ মহানগৰ জিলাৰ য়ুথ বিষয়া উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

দীপৰ বিলত ভয়াৱহ হৈ পৰিছে জল প্ৰদূষণ
বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত এজেৱাইচিপিৰ উদ্যোগত এন এইছ পি চি বিৰুদ্ধে বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ণ
পেহেলগামৰ বৰ্বৰ কাণ্ডৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ, ফটকা ফুটাই আনন্দ প্ৰকাশ মানকাচাৰবাসীৰ | BulletsIn
বিজনীৰ বড়োবাজাৰ চাৰিআলিত পথৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ
বোকাখাতৰ কুৰুৱাবাহী পঞ্চায়তত অৰুণোদয় আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article যুঁজাৰু বিমান উৰুওৱাৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় – ৰাফেল দেশৰ প্ৰতিৰক্ষা ক্ষমতাৰ গৌৰৱ বৃদ্ধি কৰিছে
Next Article দক্ষিণ আফ্ৰিকা প্ৰথমবাৰলৈ মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ, ইংলেণ্ডক ১২৫ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?