শিৱসাগৰ, ১৫ জানুৱাৰী (হি.স.): শিৱসাগৰ নগৰৰ মাজমজিয়াত বিভিন্ন প্ৰান্তৰ অসহায় লোক সহায় সহযোগিতা আগবঢ়াই আহিছে যুৱ নেতা অভিনৱ দত্তই। স্বয়ং ব্যক্তিগত ভাৱে আগবঢ়াইছে সহায় হাত।
খোৱাৰ বস্তু, আৰ্থিক অৰ্থ সাহায্যৰ, গৰমৰ কাপোৰ, থকা সু ব্যৱস্থা, স্বাস্থ্য সংস্থাৰ ইত্যাদি সহায় কৰি আহিছে। অভিনৱ দত্তৰ এই মহানতম কায্য প্ৰশংসিত হৈছে। অৱশ্য়ে নিজৰ এই সেৱা কাৰ্যৰ প্ৰচাৰ প্ৰসাৰ পৰা নিজকে আঁতৰাই ৰাখছে অভিনৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
