ওদালগুৰি, ২২ নৱেম্বৰ (হি.স.)। ভাৰত-ভূটান সীমান্তত ধুমুহাত বৃস্তৰ ক্ষতি। ভেৰগাঁৱৰ শুক্লাই,ডিমাকুছি,জংঘলবস্তী,আটাৰীখাটত ধুমুহাত বিস্তৰ ক্ষতি ৷
আজি পুৱতি নিশা ধুমুহা-বৰষুণৰ ফলত অঞ্চল সমুহৰ মুল্যবান গছগছনি,ঘৰৰ টিনপাত,ষটপূজা সমাৰোহৰ টোৰণ উৰুৱাই লৈ যায় ৷ গোচলা -ৰজাগড় পথৰ ওপৰ উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ ৷ কেইবাঠাইতো বিদ্যুত খুটা উভালি পৰা বৃহত্তৰ অঞ্চল সমুহত বিদ্যুত ব্যাহত হৈ আছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
