• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বোকাখাতত এ জে ৱাই চি পিৰ প্ৰতিবাদ
Regional

বোকাখাতত এ জে ৱাই চি পিৰ প্ৰতিবাদ

CliQ INDIA
Last updated: August 14, 2025 3:16 am
CliQ INDIA
Share
1 Min Read
SHARE

গোলাঘাট, ১৩ আগষ্ট (হি.স.)। বোকাখাতত এ জে ৱাই চি পিৰ প্ৰতিবাদ। অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, কা-আইনৰ অধীনত অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা অ-মুছলমান লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব প্ৰদান কৰিবলৈ যি নিৰ্দেশনা জাৰি কৰিছিল, সেই নিৰ্দেশনা বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে বোকাখাত নগৰৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

যুৱ ছাত্ৰ পৰিষদে পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে যোৱা ৫০ টা বছৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে ৷ বৰ্তমান সময়ত পাৰ পত্ৰ ব্যৱস্থা প্ৰাসংগিক হৈ পৰিছে ৷ অৱস্থান ধৰ্মঘটস্থলীৰ পৰা সংগঠনটোৱে দুয়োখন চৰকাৰকে অসমত পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে ৷ তাৰোপৰি শেষতীয়াকৈ ৰাজ্য চৰকাৰে কা-আইনৰ গইনা লৈ অসমত বসবাস কৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা অ-মুছলমান লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব প্ৰদান কৰিবলৈ যি নিৰ্দেশনা জাৰি জাৰি কৰিছে, তাৰো বিৰোধিতা কৰিছে সংগঠনটোৱে ৷ এই নিৰ্দেশনা কাৰ্যকৰী হ’লে অসমীয়া জাতিৰ কলা-সংস্কৃতি, পৰম্পৰা আদি লোপ পাব বুলি আশংকা কৰিছে সংগঠনটোৱে ৷ সেয়ে উক্ত নিৰ্দেশনা বাতিল কৰাৰ লগতে আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

You Might Also Like

জোনাইৰ চিয়াং নৈৰ বুকুত চলিছে অবৈধ বালি খনন
দৰঙৰ টাংনি চাৰিআলিত ট্ৰেভেল চাৰ্ভিচ সেৱা মুকলি
টিহুৰ মাখিবাহাত ভয়ংকৰ অগ্নিকাণ্ড
বৰপেটাৰোডত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে ৬০ৰ ঊৰ্ধৰ ব্যক্তিক
ডিব্ৰুগড়ৰ বানীপুৰত নৃশংস হত‍্যাকাণ্ড | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কৰ্ণাটকৰ কংগ্ৰেছ বিধায়ক সতীশ চেইলৰ বাসগৃহত ইডিৰ অভিযান
Next Article ২০১৭ চনৰ পিছত চাংহাই মাষ্টাৰছৰ জৰিয়তে টেনিছলৈ ঘূৰি আহিব ৰজাৰ ফেডাৰেৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?