• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বিশ্বনাথৰ ভীমাজুলিত সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ মৃত্যুদিৱস উপলক্ষে “ সমন্বয়ৰ দিন” উদযাপনৰ প্ৰস্তুতি
Regional

বিশ্বনাথৰ ভীমাজুলিত সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ মৃত্যুদিৱস উপলক্ষে “ সমন্বয়ৰ দিন” উদযাপনৰ প্ৰস্তুতি

CliQ INDIA
Last updated: October 11, 2025 6:31 pm
CliQ INDIA
Share
1 Min Read
SHARE

বিশ্বনাথ, ১১ অক্টোবৰ (হি.স.): সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৫ নবেম্বৰত চতুৰ্দশ সংখ্যক মৃত্যুদিৱস ৷ প্ৰতি বছৰৰ দৰে এইবাৰো পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যুদিৱসৰ দিনটোক লৈ উদযাপন কৰিব চতুৰ্দশ সংখ্যক “ সমন্বয়ৰ দিন” ৷

পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বালিচাং শাখা ছাত্ৰ সন্থাৰ লগতে ভীমাজুলি-দিলীচাংবাসী ৰাইজৰ সহযোগত হ’বলগীয়া সমন্বয়ৰ দিনটোক উদযাপন কৰিবৰ বাবে চলি আছে এতিয়া ব্যাপক প্ৰস্তুতি ৷ এসময়ত সন্ত্ৰাসজৰ্জৰ এলেকা হিচাবে খ্যাত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজুলিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ মৃত্যুদিৱস উপলক্ষে উদযাপন কৰা সমন্বয়ৰ দিন ৷ অহা ৫ আৰু ৬ নবেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে উদযাপন সমিতিৰ লগতে বিভিন্ন উপসমিতি ৷

অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী চন্দ্ৰ বাহাদুৰ ছেত্ৰীক সভাপতি আৰু হেমন্ত নেৱাৰ আৰু গগন কলিতাক যুটিয়া সম্পাদক হিচাবে দায়িত্ব অৰ্পণ কৰি এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ ইয়াৰ উপৰিও অনুষ্ঠিত হোৱা সভাত কেইবাটাও উপসমিতি গঠন কৰা বুলি জানিব পৰা গৈছে ৷ আনহাতে সভাৰ সিদ্ধান্ত অনুসৰি অহা ১২ অক্টোবৰ তাৰিখে মাংগলিক নীতি নিয়মেৰে লাইখুটা স্থাপন কৰা হ’ব। মুল অনুষ্ঠানটোৰ লগতে লাইখুটা স্থাপনৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকলে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

“এডভান্টেজ অসম ২.০”ৰ প্ৰচাৰৰ অংশ হিচাপে বেংগালুৰুত বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ | BulletsIn
অসুস্থ বান্দৰক নিজাববীয়া প্ৰচেষ্টাৰে সুস্থ কৰি তুলিলে কলিয়াবৰৰ এজন যুৱকে
গোসাইগাঁৱত বিনামূলীয়াকৈ কম্বল বিতৰণ – HindusthanSamachar Assamese
অসমৰ ডিমা হাছাও জিলাৰ অবৈধ মছজিদত চলিল জিলা প্ৰশাসনৰ বুলডজাৰ
ছিংগাপুৰৰ পৰা অতি সোনকালে গুৱাহাটীত উপস্থিত হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহঃ হিমন্তবিশ্ব শৰ্মা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পশ্চিম সিংভূমত আই ই ডি বিস্ফোৰণত চিআৰপিএফ জোৱান শ্বহীদ, আহত দুজন
Next Article দশম অল ইণ্ডিয়া পুলিচ গেমছত আইটিবিপিৰ গৌৰৱ মৌৰ্যৰ স্বৰ্ণ পদক লাভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?