• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বিটিআৰৰ আইজিপি বিবেকৰাজ সিং বাঙালীপাৰাৰ ভৰালী চ’কৰ দুৰ্ঘটনাস্থলীত উপস্থিত
Regional

বিটিআৰৰ আইজিপি বিবেকৰাজ সিং বাঙালীপাৰাৰ ভৰালী চ’কৰ দুৰ্ঘটনাস্থলীত উপস্থিত

CliQ INDIA
Last updated: August 26, 2025 11:55 pm
CliQ INDIA
Share
1 Min Read
SHARE

তামুলপুৰ, ২৬ আগষ্ট (হি.স.): তামুলপুৰ জিলাৰ বাঙালীপাৰাৰ ভৰালী চ’কৰ ঘটনাটোকলৈ মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাই উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে তদন্ত কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে যোৱাকালি সোমবাৰে বিয়লি দুৰ্ঘটনাস্থলীত উপস্থিত হয় বিটিআৰৰ আইজিপি বিবেকৰাজ সিং । দুৰ্ঘটনাস্থলীত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে অনুসন্ধান কৰাৰ লগতে গাঁও প্ৰধানসহ স্থানীয় লোকক ঘটনাৰ বিষয়ে সোধা পোচা কৰে।

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাটো গুৰুত্বসহকৰে লৈ তদন্ত কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ লগতে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক জুপি বৰদলৈয়েও উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

নগাঁৱৰ কচুৱা শিমলুগুৰিত আৰক্ষীৰ অভিযানত গাঞ্জা সহ এজনক আটক
তামাৰহাটৰ পোকালাগিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ২
শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত পথ নিৰ্মাণৰ বাবে হাতে হাতে কোৰ বেলছালৈ ওলাই আহিল গাওবাসী
বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান
ৰহাত বৃহস্পতিবাৰে নিশা পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বাইক ৰেলী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article লক্ষ্ণৌত উপস্থিত বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সুদৰ্শন ৰেড্ডী
Next Article পুৰুষৰ এছিয়া কাপ হকীঃ দৰ্শকলৈ পোনপটীয়াকৈ প্ৰৱেশ, বিনামূলীয়া হ’ব টিকট
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?