নগাঁও, ১৪ নৱেম্বৰ (হি.স.): পুৰণিগুদামৰ মুঢ়ানীত আজি পুৱা উদ্ধাৰ কৰা হয় এডাল প্ৰকাণ্ড অজগৰ সাপ। অজগৰডাল উদ্ধাৰ কৰে মুঢ়ানীৰ স্থানীয় ৰাইজে। পিছত সাপ ডাল বন বিভাগক গতাই দিয়ে। সাপ ডাল প্ৰায় দহ ফুট দীঘল বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
