• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > নলবাৰী সন্ধা ডাকঘৰৰ সমীপত উদ্ধাৰ চিন্ন ভিন্ন মৃতদেহ
Regional

নলবাৰী সন্ধা ডাকঘৰৰ সমীপত উদ্ধাৰ চিন্ন ভিন্ন মৃতদেহ

CliQ INDIA
Last updated: October 29, 2023 9:30 pm
CliQ INDIA
Share
1 Min Read
SHARE

নলবাৰী, ২৯ অক্টোবৰ (হি স)। নলবাৰীত এটি মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সন্ধা ডাকঘৰৰ সমীপত উদ্ধাৰ হৈছে চিন্ন ভিন্ন মৃতদেহ। নিশা দ্ৰুতবেগী গাড়ীৰ খুণ্ডাত মৃত্যু ঘটাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। প্ৰাতঃভ্ৰমণত যোৱা লোকসকলে আজি প্ৰত্যক্ষ কৰে চিন্ন ভিন্ন মৃতদেহ।

ঘটনা সন্দৰ্ভত স্থানীয় লোকে গাঁওপ্ৰধানক অৱগত কৰোৱাত গাঁওপ্ৰধানে নলবাৰী আৰক্ষীক খবৰ দিয়ে। উল্লেখ্য যে যোৱা নিশা কোনো গাড়ীৰ খুণ্ডাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকসকলে। অসাবধানবশতঃ মৃতদেহৰ ওপৰৰে বহুতো বাহন চলাচল হৈ থকাত চিন্ন ভিন্ন হৈ পৰে মৃতদেহ। ফলত স্থানীয় লোকে মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই ৷ আৰক্ষীৰ তদন্তৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব ৷ এনে শোকাবহ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ

You Might Also Like

বিগত ১৪মে’ৰ পৰা সন্ধানহীন কাকপথাৰ খেৰজানৰ যুৱক | BulletsIn
গৌৰীপুৰ বেপাৰীপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন
মৃত্যুদূতত পৰিণত নগাঁও ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ
অম্বুবাচী মহাযোগ– কামাখ্যা ধামত লোকে লোকাৰণ্য
আজি ঘোষিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article উৎসৱৰ সময়ত স্থানীয় সামগ্ৰী ক্ৰয় কৰিবলৈ ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীৰ আহ্বান
Next Article ইজৰাইলৰ বহু চহৰলৈ ৰকেট নিক্ষেপ, বাজি উঠিল ছাইৰেন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?