

























































নগাঁও, ২৫ নৱেম্বৰ(হি.স.)। নগাঁৱত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। নগাঁও কাটিমাৰিত যোৱা নিশা অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এই অভিযানত গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলাসহ এটা সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে জাকিৰ হুছেইন আৰু লেলিমা খাতুন।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/ৰমেন/আলোক.
