• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন
Regional

ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন

CliQ INDIA
Last updated: August 8, 2025 5:15 pm
CliQ INDIA
Share
3 Min Read
SHARE

কাৰ্বি আংলং, ০৮ আগষ্ট (হি.স.): পূৱ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ডেনগাঁৱত ২০০০ বৰ্ষৰ ৩ জুলাইত স্থাপিত ডেনগাঁও নামঘৰটো প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্ণ হোৱাৰ ক্ষণত বৰ্ষজোৰা কাৰ্যসূচীৰে তিনিটা পৰ্যায়ত আয়োজিত ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্য়ে ৩ আৰু ৪ জুলাই , ২০২৫ ত হৈ যোৱা প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ সফল সামৰণিৰ পাছতেই অহা ১৭ আগষ্টৰ পৰা দ্বিতীয় পৰ্যায়ত মাহজোৰা কাৰ্যসূচীৰে দিহানাম ও তিথি সমুহ পালনৰ লগতে শিশু, যুৱ আৰু আইমাতৃ সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে ৷

ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী অনুসৰি ১৭ আগষ্টত পুৱা ৯ বজাত মূল ধৰ্মধ্বজা উত্তোলন কৰিব ডেনগাঁও নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কনক মেছে আৰু ৰূপালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰিব ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি জীৱন চন্দ্ৰ পাটৰে ৷ পুৱা ১১ বজাত নামঘৰৰ নৱনিৰ্মীত মূল তোৰণ উদ্ধোধন কৰা হ’ব ৷ ২৩ আগষ্টত পুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা , পুৱা ১১—৩০ মিনিটত কুইজ প্ৰতিযোগিতা আৰু বিয়লি ৪ বজাত আইসকলৰ মাজত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ২৪ আগষ্টত পুৱা ১০ বজাত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হ’ব ৷ ৩০ আগষ্টত পুৱা ১০ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু বিয়লি এক বজাত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ৩১ আগষ্টত পুৱা ১০ বজাত আনুষ্ঠান —প্ৰতিষ্ঠানৰ মুৰব্বী, গ্ৰামবৃদ্ধ আৰু জ্যেষ্ঠ নাগৰিক সকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷

একেদৰে ৫ ছেপ্তেম্বৰত পুৱা ১০ বজাত শিক্ষক দিৱস পালন কৰা হ’ব ৷ ৬ ছেপ্তেম্বৰত পুৱা ১০ বজাত ৰচনা প্ৰতিযোগিতা আৰু পুৱা ১১—৩০ বজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ৭ ছেপ্তেম্বৰত পুৱা ১০ বজাৰ পৰা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ১৩ ছেপ্তেম্বৰত পুৱা ১০ বজাত বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ১৪ ছেপ্তেম্বৰত পুৱা ১০ বজাৰ পৰা জন্মাষ্টমী তিথি পালন কৰা হ’ব ৷ কাৰ্যসূচীৰ শেষৰ দিনা অৰ্থাৎ ১৮ ছেপ্তেম্বৰত পুৱা ১০ বজাত বঁটা বিতৰণী ও সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ সেয়েহে ৰূপালী জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীতে আপোনাসৱ মহামহন্তৰ সজ দিহা পৰামৰ্শ, সহায় সহযোগ ও যোগদান আন্তৰিকতাৰে কামনা কৰি উৎসৱ ভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ সশ্ৰদ্ধ সেৱা ধৰিছে আয়োজক সমিতিয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

মৰিয়নীৰ নকচাৰীত সুদখোৰ আটক
নলবাৰীৰ বৰকুৰাত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা
অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীৰ দখলত থকা কৰিমগঞ্জত ৪০০০ বিঘা ভুমি উচ্ছেদৰ দাবী
তেজপুৰ কন্যা মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ :ভাষা -সাহিত্য -সংস্কৃতি আৰু দৰ্শন শীৰ্ষক বিষয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন
কামৰূপৰ চাংসাৰীত যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article উত্তৰাখণ্ডৰ ধৰালীত চতুৰ্থ দিনাও অব্যাহত উদ্ধাৰ অভিযান
Next Article 'জটাধাৰা'ৰ টিজাৰ মুকলি, সোনাক্ষীক দেখা গৈছে উগ্ৰ ৰূপত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?