নগাও, ২২ জুন (হি.স.)। ডবকাত গো মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ গো মাংস উদ্ধাৰ। মাংস বিক্ৰেতা আৰু বিভিন্ন হোটেলত চলে এই অভিযান৷ ডবকাৰ যমুনা হোটেলৰ পৰা জব্দ গো মাংস৷ হোটেলৰ মালিকৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
