
নগাঁও, ১০ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি বিয়লি সংঘটিত হয় ক পথ দুৰ্ঘটনা। ট্ৰেক্টৰ আৰু বাইকৰ মাজত সংঘটিত হৈছে দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত গুৰুত্বৰ ভাৱে আহত হয় বাইক আৰোহী জন। দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে ট্ৰেক্টৰৰ চালক জন। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আহত জনক এনএমচিএইচ লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
