
গোলাঘাট, ২১ জুন (হি.স.): আজি বিশ্ব যোগ দিৱস। দেশৰ বিভিন্ন প্রান্তৰ সমান্তৰালকৈ গোলাঘাটতো উদযাপন কৰে বিশ্ব যোগ দিৱস।
পতঞ্জলি যোগ সমিতি আৰু ৰামকৃষ্ণ সেৱা সমিতিৰ যৌথ উদ্যোগত গোলাঘাট বেঙেনাখোৱাৰ ৰামকৃষ্ণ মিচন মন্দিৰ প্রাঙ্গণত উদযাপন কৰে বিশ্ব যোগ দিৱস। অৰ্ধ শতাধিক ব্যক্তিয়ে অংশগ্রহণ কৰে আজিৰ আন্তর্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
