কোকৰাঝাৰ, ০১ জুলাই (হি.স.): আজি কেবিনেট মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মৰ জন্মদিন। এই উপলক্ষ্যত বিটি আৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, মাধৱ চন্দ্ৰ চেত্ৰী, সাংসদ,জয়ন্ত বসুমাতাৰী, বিধায়ক লৰেঞ্চ ইচলাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী,কাতি ৰাম বৰো, কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰীয়ে জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
