
নগাঁও, ০২ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত আজি পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰণ পৰিলক্ষিত হয়। পাহাৰৰ পৰা নামি অহা এটা প্ৰকাণ্ড হাতীয়ে জুৰিৰপাৰৰ কেইবাখনো ঠাইত মুক্ত বিচৰণ কৰে।
ইফালে হাতিটো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত বুলি প্ৰত্য়ক্ষ দৰ্শীৰ পৰা জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
