• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপি বার্তা’ উন্মোচন
Regional

অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপি বার্তা’ উন্মোচন

CliQ INDIA
Last updated: January 2, 2026 10:30 am
CliQ INDIA
Share
2 Min Read
SHARE

গুৱাহাটী, ০১ জানুৱাৰী(হি.স.)। প্রতি মাহৰ প্ৰথম দিনটোৰ পৰম্পৰা অব্যাহত ৰাখি আজিও ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখপত্র ‘বিজেপি বার্তা’ উন্মোচিত হয়। নতুন বছৰৰ শুভেচ্ছা-বার্তা বিনিময়ৰ সৈতে সংগতি ৰাখি আজি ২০২৬ চনৰ জানুৱাৰী মাহৰ মুখপত্ৰ খন উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

‘বিজেপি বার্তা’ প্রকাশৰ দহ বছৰ সম্পূৰ্ণ হোৱাৰ আজিৰ দিনটোতে সভাপতি দিলীপ শইকীয়াই মুখপত্র খন উন্মোচন কৰি ইয়াৰ সৈতে জড়িত সকলো কার্যকর্তাকে অভিনন্দন জ্ঞাপন কৰে। আগন্তুক নতুন বছৰটোত সকলোৰে বাবে মংগল কামনা কৰি শইকীয়াই আৰু কয় যে, ২০২৬ বর্ষটো হ’ব নতুন বিজয়ৰ বর্ষ। এই বর্ষটোতে ভাৰতীয় জনতা পার্টিৰ নেতৃত্বত মিত্রজোট চৰকাৰে তৃতীয়বাৰৰ ৰাজ্যৰ শাসন ক্ষমতাত অধিষ্ঠিত হ’ব।

ইয়াৰ বাবে দলৰ সকলো কার্যকর্তাকে সমর্পিত মনোভাৱেৰে নির্বাচনী কামত লাগি যাবলৈ সভাপতি শইকীয়াই আহ্বান জনায়। নির্বাচনী যুঁজখন বিজেপিৰ বাবে কেৱল ক্ষমতা দখলৰ যুঁজ নহয়, এয়া জাতি-সভ্যতা ৰক্ষাৰ যুঁজ বুলিও উল্লেখ কৰি দলৰ এই বিচাৰধাৰা সাধাৰণ ৰাইজৰ মাজলৈ কঢ়িয়াই লৈ যোৱাত ‘বিজেপি বার্তা’ৰ দৰে দলৰ মুখপত্রবো বিশেষ ভূমিকা আছে বুলি শইকীয়াই দৃঢ়তাৰে দোহাৰে। দলৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত আজিৰ এই ‘বিজেপি বার্তা’ উন্মোচনী সভাখনৰ আঁত ধৰে দলৰ অন্যতম ৰাজ্যিক সাধাৰণ সম্পাদক অনুপ বর্মনে। সভাত দলৰ বহুকেই গৰাকী জ্যেষ্ঠ বিষয়ববীয়াৰ লগতে মুখপাত্র তথা মিডিয়া বিভাগৰ সদস্য সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ

You Might Also Like

বোকাখাটৰ বিএছএনএল চৌহদৰ পৰা মূল্যবাণ সামগ্ৰী চুৰি
জামুগুৰিহাটত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন | BulletsIn
হাউলীত অসম বিখ্যাত শ্ৰী শ্ৰী কৃষ্ণৰ ৯৮ সংখ্যক ৰাস মহোৎসৱ
ধুবুৰীৰ গৌৰীপুৰত এখন বাঁহৰ সাকোৰে বিপদসংকুল যাতায়ত
বাংলাদেশৰ হিন্দুৰ ওপৰত নির্যাতন অত্যাচাৰৰ বিৰুদ্ধে শ্রীভূমিত বজৰং-বিশ্ব হিন্দু পৰিষদৰ উত্তাল প্রতিবাদ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভাৰত আৰু পাকিস্তানৰ বন্দী, মাছমৰীয়া আৰু পাৰমাণৱিক ঠিকনাৰ তালিকা বিনিময়
Next Article কাছাৰ'ৰ কালাইনচৰা আৰক্ষী চেক গেটত ৯ সন্দেহযুক্ত ৰোহিংগীয়া নাগৰিক আটক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?