• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আজিৰে পৰা দুদিনীয়া ভাৰত ভ্ৰমণ, ৩০ ঘণ্টীয়া ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ চুক্তিৰ সম্ভৱনা
National

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আজিৰে পৰা দুদিনীয়া ভাৰত ভ্ৰমণ, ৩০ ঘণ্টীয়া ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ চুক্তিৰ সম্ভৱনা

CliQ INDIA
Last updated: December 4, 2025 7:10 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰৰ পৰা ভাৰত ভ্ৰমণ কৰিব । ৪-৫ ডিচেম্বৰৰ পৰা আনুষ্ঠানিক ভ্ৰমণলৈ আহিব তেওঁ। প্ৰায় ৩০ ঘণ্টীয়া এই ভ্ৰমণৰ সময়ছোৱাত পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ২৩ সংখ্যক ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। চাৰি বছৰৰ ব্যৱধানৰ অন্তত ভাৰত ভ্ৰমণলৈ আহিছে পুটিনে। ২০২১ চনত ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে তেওঁ নতুন দিল্লী ভ্ৰমণ কৰিছিল।

দুদিনীয়া ভ্ৰমণৰ বাবে অহা ৪ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীত উপস্থিত হ’ব ৰাষ্ট্ৰপতি পুটিন। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সন্মানত ৭, লোক কল্যাণ মাৰ্গত এক ব্যক্তিগত ভোজৰ আয়োজন কৰিব।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়সূচী অনুসৰি ৫ ডিচেম্বৰত পুটিন আৰু প্ৰধানমন্ত্ৰী মোডীৰ মাজত গুৰুত্বপূৰ্ণ চুক্তিত উপনীত হ’ব। শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে তিনিওটা সেনাই গাৰ্ড অৱ অনাৰে পুটিনক আদৰণি জনোৱা হ’ব। ইয়াৰ পিছতে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাট ভ্ৰমণ কৰিব।

ইয়াৰ পিছতে পুৱা প্ৰায় ১১ বজাত হায়দৰাবাদ হাউছত অনুষ্ঠিত হ’বলগীয়া ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। প্ৰতিৰক্ষা, শক্তি, বাণিজ্য, প্ৰযুক্তি, মহাকাশ, কৌশলগত সহযোগিতাৰ দৰে ক্ষেত্ৰত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ আশা কৰা হৈছে। বৈঠকৰ পিছতে দুয়োগৰাকী নেতাই যৌথ বিবৃতি প্ৰকাশ কৰিব।

উল্লেখযোগ্য যে ভাৰত আৰু ৰাছিয়াৰ মাজত এই পৰ্যন্ত ২২টা শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। যোৱা বছৰ প্ৰধানমন্ত্ৰী মোদীয়ে মস্কো ভ্ৰমণ কৰাৰ বিপৰীতে ২০২১ চনত শীৰ্ষ সন্মিলনৰ বাবে পুটিনে শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। বিয়লি ৪ বজাত ভাৰত মাণ্ডপামত ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত সম্বোধন কৰিব দুয়োগৰাকী নেতাই। ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰিব। ইয়াৰ পিছতে সন্ধিয়া প্ৰায় ৭ বজাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সন্মানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাজকীয় ভোজৰ আয়োজন কৰিব। আনহাতে ৫ ডিচেম্বৰৰ নিশা ৰাছিয়ালৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি পুটিন।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ভাৰতীয় সেনাৰ ৰেম বিভাগৰ সামৰিক অনুশীলন ৰেম প্ৰহাৰ আয়োজন
অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ সৈতে ৰাজ্যপালৰ মত বিনিময়
বিশ্বজুৰি তেলৰ মূল্যবৃদ্ধিৰ মাজতে মজুতকৰণ ৰোধ কৰিবলৈ এলপিজি চিলিণ্ডাৰ বুকিংৰ ব্যৱধান ২৫ দিনলৈ বৃদ্ধি।
উপ ৰাষ্ট্ৰপতিৰ উপস্থিতিত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ বঁটা প্ৰদান
আজি অমিত শ্বাহে ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব ৰাষ্ট্ৰীয় সমবায় তথ্যকোষ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পুৰণি নিয়ম সংশোধন, ২০০ আৰু ৫০০ টকীয়া নোট নেপাললৈ নিয়াৰ অনুমতি প্ৰদান
Next Article অৰুণাচলত মৃত্যু অসমৰ সেনা জোৱান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?