• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > মিজোৰাম নির্বাচন: ১৭৩ প্রার্থীৰ মাজত ১১২ জন কোটিপতি, সৰ্বাধিক ধনী আপ প্রার্থী
National

মিজোৰাম নির্বাচন: ১৭৩ প্রার্থীৰ মাজত ১১২ জন কোটিপতি, সৰ্বাধিক ধনী আপ প্রার্থী

CliQ INDIA
Last updated: October 26, 2023 12:30 pm
CliQ INDIA
Share
2 Min Read
SHARE

আইজল, ২৬ অক্টোবৰ (হি.স.)। আগন্তুক নৱেম্বৰ মাহত উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামকে ধৰি ৫খন ৰাজ্যৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ বাবে প্রার্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰাকে ধৰি শপতনামা দি ধন-সম্পত্তিকে ধৰি ব্যক্তিগত তথ্য নির্বাচনী আয়োগক অৱগত কৰিছে। এই শপতনামাত প্রার্থীৰ শিক্ষাগত অৰ্হতা, সম্পত্তিৰ পৰিমাণ, বিবাহ সংক্রান্ত তথ্য, আয়কৰৰ হিচাব আদি একাধিক বিষয় সন্নিবিষ্ট হৈছে। নিয়ম অনুসৰি মিজোৰামৰ প্রার্থীসকলেও মনোনয়নৰ সৈতে নির্বাচনী শপতনামা জমা কৰিছে। এই শপত নামাত দেখা গৈছে যে ১৭৩ জন প্রার্থীৰ ভিতৰত ১১২ জন কোটিপতি। মুঠ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা হৈছে ৬৪.৪ শতাংশ ।

শপতনামা অনুসৰি আম আদমি পার্টি (আপ)ৰ ৰাজ্যিক সভাপতি এন্দ্ৰিউ লালৰেমকিমা পাচুয়া হৈছে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত সবাতোকৈ ধনী। বর্তমান তেওঁ ৬৯ কোটি টকাৰ মালিক । তেওঁ আইজল উত্তৰ-৩ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।

ইয়াৰ সমান্তৰালকৈ ৫৫.৬ কোটি টকাৰ সম্পত্তিৰে কংগ্রেছৰ আৰ ভ্যানলাল্টলুয়াঙ্গা(চেৰছিপ আসন) দ্বিতীয় স্থানত তথা জোৰাম পিপলছ মুভমেন্ট (জেডপিএম)ৰ এইচ জিনজালালা (চামফাই উত্তৰ) ৩৬.৯ কোটি টকাৰ ঘোষিত সম্পদেৰে তৃতীয় স্থানত আছে। শপতনামা অনুসৰি তেওঁলোকৰ আয়ৰ উৎস হৈছে ব্যৱসায়। চেৰছিপ আসনৰ নিৰ্দলীয় প্রার্থী ৰামহলুন-এদেনা হৈছে এই তালিকাৰ সবাতোকৈ কম সম্পত্তিৰ প্ৰাৰ্থী। সম্পতি তেওঁৰ মাত্র ১৫০০ টকাৰ অস্থাবৰ সম্পদ আছে।

উল্লেখ্য, ২০১৮ সালে বিধানসভা নির্বাচনে, মিজো নেচনেল ফ্ৰন্ট (এমএনএফ) মনোনীত প্রার্থী লালৰিনেঙ্গা সাইলো (হাচেক) ১০০ কোটি টকাৰ ঘোষিত সম্পত্তিৰে সকলোতকৈ ধনী প্ৰাৰ্থী আছিল। এইবাৰ তেওঁৰ সম্পত্তি উল্লেখযোগ্যভাবে কমিছে। এইবাৰ সাইলোৰ সম্পত্তি ২৬.২৪ কোটি টকালৈ হ্ৰাস পাইছে। আনহাতে এই দিশত মহিলা প্রার্থীসকলো কোনো ৰূপে পিছ পৰি থকা নাই। নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১৬ গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছ প্ৰাৰ্থী মৰিয়ম এল হৰংচল (লুংলেই দক্ষিণ) হৈছে ১৮.৬৩ কোটি টকাৰ সম্পত্তিৰ সৈতে আটাইতকৈ ধনী।

ইফালে টুইচাং আসনৰ পৰা দ্বিতীয় বাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰা উপ মুখ্যমন্ত্ৰী তাৱানলুয়া হৈছে আটাইতকৈ বৰ্ষীয়ান প্ৰাৰ্থী। তেওঁৰ বয়স হৈছে ৮০ বছৰ। আনহাতে মহিলা প্ৰাৰ্থী লালৰুয়াটফেলি হলাৱন্দো আৰু বিজেপি প্ৰাৰ্থী এফ ভানমিংথাংগা হৈছে আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থী। তেওঁলোকৰ বয়স হৈছে মাত্ৰ ৩১ বছৰ।

উল্লেখ্য যে অহা ৭ নৱেম্বৰত চল্লিশজনীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ৩ ডিচেম্বৰত ভোটগণনা কৰা হ’ব।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ

You Might Also Like

নতুন দিল্লীত সভাপতি দ্বীপেন বড়োসহ এবছু নেতৃত্ব, বি টি আৰ মুখ্য কায্যবাহী প্ৰমোদ বড়ো আৰু দুই সাংসদৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ | BulletsIn
তিনিচুকীয়াত থকা সেনা শিবিৰত গুলীচালনা আৰু গ্ৰেনেড আক্ৰমণৰ আঁৰত নিষিদ্ধ সংগঠন জড়িত থকাৰ সন্দেহ
বিজয়দশমী উৎসৱত ঘোষণা কৰিব শীতকালৰ বাবে শ্ৰী বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ কৰাৰ তাৰিখ
শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন ভূটান নৃপতিৰ
এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৰ ফেয়াৰ চাৰ্জ বৃদ্ধি: বিশ্বব্যাপী ইন্ধন সংকটৰ প্ৰভাৱত বিমান যাতায়াত ব্যয়বহুল হ’ব

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আমেৰিকাত নিৰ্বিচাৰ গুলীচালনাত ২২ জন লোকৰ প্ৰাণহানি, ৫০ জনতকৈ অধিক লোক আহত
Next Article দূৰ্গা পূজাৰ দশমী দিনা ডুমডুমাত এজনী কিশোৰী সন্ধানহীন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?