• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > মাওবাদী সংগঠনৰ গণ আত্মসমৰ্পণৰ প্ৰতিশ্ৰুতি দি চৰকাৰলৈ শান্তি আলোচনাৰ প্ৰস্তাৱ
National

মাওবাদী সংগঠনৰ গণ আত্মসমৰ্পণৰ প্ৰতিশ্ৰুতি দি চৰকাৰলৈ শান্তি আলোচনাৰ প্ৰস্তাৱ

CliQ INDIA
Last updated: November 29, 2025 3:41 am
CliQ INDIA
Share
3 Min Read
SHARE

ভদ্ৰাচলম (তেলেংগানা), ২৮ নৱেম্বৰ (হি.স.)। সমগ্ৰ দেশতে নক্সালবাদীৰ বিৰুদ্ধে চৰকাৰৰ নিৰ্ণায়ক যুঁজখনে ধাৰাবাহিকভাৱে ফল দিছে। চৰকাৰৰ নক্সাল বিৰোধী অভিযানৰ সময়ত বিভিন্ন ৰাজ্যত সক্ৰিয় হৈ থকা বিশিষ্ট নক্সালবাদীৰ অধিকাংশই ধৰাশায়ী হৈছে বা আত্মসমৰ্পণ কৰি মূলসুঁতিত যোগদান কৰিছে। এই পৰিপ্ৰেক্ষিতত ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে চৰকাৰৰ সৈতে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে।সংগঠনে কয় যে এই সময়ছোৱাত চৰকাৰে আহ্বান জনালে শান্তি আলোচনা অনুষ্ঠিত কৰিবলৈ সাজু। আলোচনা সফল হ’লে সংগঠনটোৱেও গণ আত্মসমৰ্পণৰ প্ৰতিশ্ৰুতি দিছে।

মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ-ছত্তীশগড়ৰ বিশেষ খণ্ড সমিতিৰ প্ৰতিনিধি অনন্তৰ নামত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ এক প্ৰেছ বিবৃতি। ইয়াত উল্লেখ আছে যে সংগঠনটোৱে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, আৰু ছত্তীশগড় তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ আছে যে চৰকাৰে আমন্ত্ৰণ পালে শান্তি আলোচনাৰ বাবে তেওঁলোক সাজু। মাওবাদীয়ে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা এমাহৰ বাবে যুদ্ধবিৰতি আৰু হত্যাকাণ্ড স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই সময়ছোৱাত যদি চৰকাৰে আলোচনাৰ বাবে আগবাঢ়ি আহে তেন্তে তেওঁলোক কথা পাতিবলৈ সাজু।

তেওঁলোকে উল্লেখ কৰে যে মহাৰাষ্ট্ৰ, ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকল আলোচনাৰ বাবে আগবাঢ়ি আহিব লাগে, যাৰ ফলত বনাঞ্চলৰ সমস্যা সমাধান হ’ব। এমচিচিয়ে উল্লেখ কৰে যে তেওঁলোকে পূৰ্বে ২০২২ চনত যুদ্ধবিৰতি ঘোষণা কৰিছিল যদিও সেই সময়ৰ চৰকাৰসমূহে কোনো সঁহাৰি নিদিলে। তেওঁলোকে বিচাৰে চৰকাৰসমূহে এইবাৰ সেই ভুলৰ পুনৰাবৃত্তি নকৰিব আৰু আলোচনাৰ বাবে আগবাঢ়ি নাহিব। এই চৰকাৰসমূহৰ সৈতে মুকলি বিতৰ্ক আৰু আলোচনাৰ দাবী জনায় কমিটীয়ে। মাওবাদীয়ে এনকাউণ্টাৰত নিৰীহ লোকক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি এই কাণ্ডসমূহ বন্ধ হ’লেহে শান্তি আলোচনা অৰ্থপূৰ্ণ হ’ব বুলি উল্লেখ কৰে।

সংগঠনটোৱে তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্রীক আলোচনা কেতিয়া আৰু ক’ত হ’ব সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ কয় ৷ ২০২৬ চনৰ ১ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা ১১:১৫ বজাৰ ভিতৰত পৰামৰ্শৰ বাবে মুকলি লাইন হিচাপে এটা ফোন নম্বৰ জাৰি কৰা হৈছে।মাওবাদীয়ে এই সিদ্ধান্তক সন্মান জনোৱাৰ লগতে যুদ্ধবিৰতিৰ সময়ত কোনো ধৰণৰ আক্ৰমণ বা প্ৰত্যুত্তৰ আক্ৰমণৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।

ব্যক্তিগত আত্মসমৰ্পণৰ পৰিৱৰ্তে গণ আত্মসমৰ্পণৰ প্ৰতিশ্ৰুতি দি সংগঠনটোৱে কয় যে মালোজুলা, আসন্না আৰু হিদমা এনকাউণ্টাৰৰ আত্মসমৰ্পণে তেওঁলোকৰ সংগঠনক দুৰ্বল কৰি তুলিছে। সংগঠনটোৱে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে নক্সালবাদীক আত্মসমৰ্পণৰ আহ্বান জনোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।

পত্ৰখনত ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিব বুলি উল্লেখ কৰা হৈছে। তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰি চৰকাৰী পুনৰ্বাসন গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। তেওঁলোকে উল্লেখ কৰে যে তেওঁলোকৰ সৈতে সহযোগিতা কৰা যিকোনো ৰাজ্যতে তেওঁলোকে আত্মসমৰ্পণ কৰিবলৈ ইচ্ছুক। তেওঁ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, আৰু ছত্তীশগড় চৰকাৰক সকলো আত্মসমৰ্পণ নোহোৱালৈকে সংযম ৰাখিবলৈ আহ্বান জনায়। যোৱা সপ্তাহত মাওবাদীয়ে এখন পত্ৰ লিখি স্বাভাৱিক জীৱন আৰু মূলসুঁতিৰ সমাজত পুনৰ সংযুক্ত হ’বলৈ কিছু সময়ৰ বাবে অনুৰোধ জনাইছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

দক্ষিণ আফ্ৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী মোডী
শুকুৰবাৰে লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰথম ভাৰতীয় কলা, স্থাপত্য আৰু ডিজাইন দ্বিবার্ষিক
বিজয়ৰ নেতৃত্বাধীন TVK বামপন্থী দল আৰু কংগ্রেছৰ পৰা গুরুত্বপূর্ণ সমর্থনৰ পিছত তামিলনাডুত সংখ্যাগরিষ্ঠতা লাভ করেছে
আজিৰে পৰা দেশত তিনিখন নতুন আইন প্ৰযোজ্য় | BulletsIn
নৌসেনাৰ মুৰব্বীৰ উপ-ৰাষ্ট্ৰপতিলৈ ছত্ৰপতি শিৱাজী মহাৰাজৰ ‘ৰাজ মুদ্ৰা’ উপহাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইণ্ডোনেছিয়াত ঘূৰ্ণীবতাহৰ ফলত বিধ্বংসী ৰূপ ধাৰণ, সুমাট্ৰাৰ তিনিখন প্ৰদেশত ভূমিস্খলন আৰু বানত ৬১ জন লোকৰ মৃত্যু
Next Article নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত চৰকাৰে অচিৰেই চলাব উচ্ছেদ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?