• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > মধ্যপ্ৰদেশত কাহৰ চিৰাপৰ ফলত মৃত্যু হোৱা শিশুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি
National

মধ্যপ্ৰদেশত কাহৰ চিৰাপৰ ফলত মৃত্যু হোৱা শিশুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি

CliQ INDIA
Last updated: October 10, 2025 2:40 pm
CliQ INDIA
Share
2 Min Read
SHARE

–ধৃত ফাৰ্মা কোম্পানীৰ মালিকক চেন্নাইৰ পৰা ছিণ্ডৱাৰালৈ লৈ আহিছিল এছ আই টিয়ে

ছিণ্ডৱাৰা, ১০ অক্টোবৰ (হি.স.)। মধ্যপ্ৰদেশত কল্ডিফ কাহৰ চিৰাপৰ ফলত বৃক্কৰ সংক্ৰমণত ২৩টা শিশুৰ মৃত্যু হৈছে। এই গোচৰত মধ্যপ্ৰদেশৰ বিশেষ তদন্তকাৰী দলে (এছআইটি) চেন্নাইৰ পৰা ট্ৰেনজিট ৰিমাণ্ডত তামিলনাডুৰ তামিলনাডুৰ কোম্পানী শ্ৰীছান ফাৰ্মাচিউটিকেলছৰ স্বত্বাধিকাৰী জি ৰংগনাথনক চিণ্ডৱাৰালৈ আনিছে। শুকুৰবাৰে তেওঁক পৰসিয়া আদালতত হাজিৰ হোৱাৰ কথা। আদালতৰ চৌহদত স্থানীয় আৰক্ষীয়ে ব্যৱস্থা কৰিছে।

দৰাচলতে মধ্যপ্ৰদেশত ক’লড্ৰিফ কাহ চিৰাপ সেৱনৰ বাবেই বিগত এমাহ ধৰি শিশুৰ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে। বৃহস্পতিবাৰে বিয়লি আন এটি শিশুৰ মৃত্যু হয়। নাগপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ছিণ্ডৱাৰা মৰ্ডোগ্ৰী পৰছিয়া নিবাসী বাবু পাৱাৰৰ পুত্ৰ গাৰ্ভিক (১ বছৰ)। ইয়াৰ লগে লগে ৰাজ্যত কাহৰ চিৰাপ সেৱনৰ ফলত মৃত্যু হোৱা শিশুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পালে।

শিশুকেইটাৰ মৃত্যুৰ পিছত ৫ অক্টোবৰত পৰছিয়া আৰক্ষী থানাত কলড্ৰিফ কাহৰ চিৰাপ প্ৰস্তুত কৰা কোম্পানী শ্ৰীছান ফাৰ্মাৰ স্বত্বাধিকাৰী গোবিন্দন ৰংগনাথনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। এই গোচৰৰ তদন্তৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে এছ আই টি গঠন কৰিছে। বুধবাৰে চেন্নাইত উপস্থিত হোৱা এছ আই টিৰ দলটোৱে সেই নিশা ৰংগনাথনক গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে এছ আই টিয়ে স্থানীয় আদালতত ৰঙানাথনক হাজিৰ কৰি ট্ৰেনজিট ৰিমাণ্ড বিচাৰিছিল।

আদালতৰ পৰা ট্ৰেনজিট ৰিমাণ্ড লাভ কৰাৰ পিছত বৃহস্পতিবাৰে নিশা চেন্নাইৰ পৰা ৰংগনাথনক উঠাই লৈ যোৱা এছ আই টিৰ দলটোৱে শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত নাগপুৰত উপস্থিত হয়। তাৰ পিছত ৰংগনাথনক নাগপুৰৰ পৰা ছিণ্ডৱাৰালৈ অনা হয়। পুৱা প্ৰায় ১০ বজাত ৰঙানথনৰ সৈতে ছিণ্ডৱাৰাত উপস্থিত হৈ তাৰ পৰা পোনপটীয়াকৈ পৰসিয়া আদালতলৈ আগবাঢ়ে দলটো।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

চীন সীমান্তত বি আৰ অ’ শিবিৰ হিমস্খলনত ধ্বংস, সেনাই চলাইছে উদ্ধাৰ অভিযান | BulletsIn
ভাৰতীয় নৌসেনাই শীঘ্ৰে লাভ কৰিব দুখন নতুন যুদ্ধ জাহাজ, জি আৰ এছ ইয়ে সম্পূৰ্ণ কৰিলে সাগৰীয় পৰীক্ষা | BulletsIn
আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত মধ্য আঞ্চলিক পৰিষদৰ ২৫ সংখ্যক বৈঠক | BulletsIn
বাবাচাহেব আম্বেদকাৰক অপমান কৰা সকলৰ পৰা সাৱধান, বিয়পাইছে সংবিধান সলোৱাৰ অপপ্ৰচাৰ – মোডী
ইতিহাসৰ পৃষ্ঠাত ৪ ডিচেম্বৰত : ১৮২৯ চনত ভাইচৰয় লৰ্ড উইলিয়াম বেন্টিঙ্কৰ সতী প্ৰথাৰ অমানৱীয় পৰম্পৰা ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইৰাণৰ তেল ক্ৰয়ৰ বাবে চীনৰ শোধনাগাৰকে ধৰি ১০০টা কোম্পানীৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা আৰোপ
Next Article হোজাই পূব ধনীৰাম পথাৰত সংঘটিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?