• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্ট
National

ভাৰতত পুনৰ নিষিদ্ধ ১৮ হাজাৰৰো অধিক পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্ট

CliQ INDIA
Last updated: July 4, 2025 1:01 am
CliQ INDIA
Share
1 Min Read
SHARE

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতত সকলো পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰা হয়। কিছুদিন পূৰ্বে এই একাউণ্টৰ পৰা নিষেধাজ্ঞা উঠাই লোৱাৰ ফলত দেশবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। অল ইণ্ডিয়া চিনে ৱৰ্কাৰছ এছ’চিয়েশ্যনেও এই সিদ্ধান্তক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছিল। এতিয়া আকৌ এবাৰ পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্ট ভাৰতত নিষিদ্ধ কৰা হৈছে। এই সিদ্ধান্তৰ পিছত ছ’চিয়েল মিডিয়াত ধাৰাবাহিক প্ৰতিক্ৰিয়া অব্যাহত আছে।

খবৰ অনুসৰি, জৰুৰী পৰ্যালোচনা বৈঠকৰ অন্তত ভাৰত চৰকাৰে পুনৰবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতত ১৮ হাজাৰৰো অধিক পাকিস্তানী ছ’চিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰিছে। শেহতীয়াকৈ মাউৰা হোকানে, হানিয়া আমিৰ, ফাৱাদ খানৰ দৰে বহু পাকিস্তানী শিল্পী আৰু ক্ৰিকেটাৰৰ ছ’চিয়েল মিডিয়া প্ৰফাইল ভাৰতীয় ব্যৱহাৰকাৰীৰ দৃষ্টিগোচৰ হৈছিল যদিও এতিয়া চৰকাৰৰ নতুন কাৰ্যকলাপৰ অধীনত ভাৰতত পুনৰ এই সকলোৰে ইনষ্টাগ্ৰাম একাউণ্ট ব্লক কৰা হৈছে।

যেতিয়া কোনো ভাৰতীয় ব্যৱহাৰকাৰীয়ে পাকিস্তানী শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ চেষ্টা কৰে, তেতিয়া পৰ্দাত এই বাৰ্তাটো ওলায়, এই একাউণ্টটো ভাৰতত উপলব্ধ নহয়। ইয়াৰ কাৰণ হ’ল আমি আইনী অনুৰোধৰ পিছত এই কন্টেন্টটো ব্লক কৰিছো। মন কৰিবলগীয়া যে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে। এই ৰাজনৈতিক আৰু কূটনৈতিক সংঘৰ্ষৰ প্ৰভাৱ এতিয়া প্ৰত্যক্ষভাৱে মনোৰঞ্জন জগততো অনুভৱ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দিল্লীৰ ছঠ পূজাৰ সময়ত যান-বাহন পৰিচালনাৰ বাবে সাজু আৰক্ষী, আজি সন্ধিয়াৰ পৰা আৰম্ভ হ’ব নিষেধাজ্ঞা আৰু পথ সলনি
কাইলৈ বকোৰ বনগাওঁত কংগ্ৰেছৰ কৰ্মীসভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেই,উৎসাহিত কংগ্ৰেছ কৰ্মী
**অসম নিৰ্বাচন: পৰিচয়, উন্নয়ন আৰু ৰাজনৈতিক উত্তৰাধিকাৰক লৈ বিজেপি আৰু কংগ্ৰেছৰ তীব্ৰ সংঘৰ্ষ**
শীঘ্ৰেই লাডাখত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী, কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন | BulletsIn
অযোধ্যাধামলৈ যোৱাৰ পূৰ্বে ১১ দিন বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰধানমন্ত্ৰী অলিলৈ উচ্চতম ন্যায়ালয়ৰ পৰা বৃহৎ সকাহ, পূৰ্বৰ কাৰ্যকালৰ সকলো সাংবিধানিক নিযুক্তি বৈধ ঘোষণা
Next Article লাহৰীঘাটত বনৰীয়া চৰাইৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?