• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইংলেণ্ডৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আজি চুক্তি
National

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইংলেণ্ডৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আজি চুক্তি

CliQ INDIA
Last updated: November 16, 2025 8:01 pm
CliQ INDIA
Share
2 Min Read
SHARE

গুৱাহাটী, ১৬ নৱেম্বৰ (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি, এক কালজয়ী সম্পদ ১৫শ শতিকাৰ বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি দেওবাৰে লণ্ডনত উপস্থিত হ’ব। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে লণ্ডনলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী গৰাকী। আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এই সন্দর্ভত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হোৱাৰ কথা মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে।

বহু প্ৰজন্মই এই বস্ত্ৰভাগ চাবলৈ নোপোৱা এই বস্ত্ৰ কালক্ৰমত অসমৰ পৰা তিব্বত হৈ লণ্ডন আৰু পেৰিছৰ দৰে স্থানলৈ গৈছিল। বৰ্তমান ই লণ্ডনৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ কিছু অংশ আছে লণ্ডন মিউজিয়ামত। পেৰিছ মিউজিয়ামতো আছে বৃন্দাবনী বস্ত্ৰৰ আন কিছু অংশ। ভক্তি মনোভাৱেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ বস্ত্ৰশিল্পই বৈষ্ণৱ সংস্কৃতিক নিজৰ ঐশ্বৰিক কাৰুকাৰ্য্যৰ জৰিয়তে সজীৱ কৰি তোলে।

মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত লণ্ডন মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছে আৰু সম্ভৱতঃ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব। আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এই সন্দর্ভত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হ’ব বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। জে এছ ডব্লিউ (জেএছডব্লিউ) গ্ৰুপৰ সজ্জন জিন্দালে এই ক্ষেত্ৰত আগভাগ লৈছে আৰু মিউজিয়াম কৰ্তৃপক্ষই বিচৰা ধৰণে সকলো সুবিধা থকা এক অত্যাধুনিক সংগ্ৰহালয় গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ কৰি দিব। চুক্তিমতে, ২০২৭ চনত বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ লক্ষ্য স্থিৰ কৰা হৈছে, যাতে অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে এই ঐতিহাসিক সম্পদ দৰ্শন কৰি অসমীয়া সভ্যতাৰ চহকী ইতিহাসৰ বিষয়ে জানিব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

উচ্চতম ন্যায়ালয়ে ২০২১ চনৰ গোপনীয়তা নীতি বিবাদক লৈ চিচিআইৰ ২১৩ কোটি টকাৰ জৰিমনাৰ বিৰুদ্ধে মেটা আৰু হোৱাটছএপৰ আপীলৰ শুনানি ল’ব।
শক্তি সংকটৰ উদ্বেগৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ শান্ত থাকিবলৈ আহ্বান
পঞ্চায়ত সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ৩৩৫ জন
নতুন দিল্লীৰ সাক্ষীসকলে নিৰ্বাচনী তালিকাৰ ব্যাপক সংস্কাৰ কৰে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কলকাতা টেষ্টত দক্ষিণ আফ্ৰিকাৰ ভাৰতক ৩০ ৰানত পৰাজিত
Next Article কে ভি কে’ৰ উদ্যোগত গোসাঁইগাঁৱৰ ৰেচটেকপুৰত জনজাতি গৌৰৱ দিৱস পালন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?