জম্মু, ০৮ ছেপ্টেম্বৰ (হি স)। সোমবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ৫খন ৰাজ্য আৰু জম্মু-কাশ্মীৰৰ ২২টা স্থানত অভিযান চলায়।
বিষয়াসকলে জনোৱা মতে, সংস্থাটোৱে সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰৰ তদন্তৰ সৈতে জড়িত এই স্থানসমূহত তালাচী চলাই আছে। বিষয়াসকলৰ মতে জম্মু-কাশ্মীৰৰ বাৰামুল্লা, কুলগাম, অনন্তনাগ আৰু পুলৱামা জিলাত সংস্থাটোৰ এই কার্য অব্যাহত আছে৷ অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
