• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বাৰাণসীত শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত জাহাজ
National

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বাৰাণসীত শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত জাহাজ

CliQ INDIA
Last updated: December 12, 2025 2:46 am
CliQ INDIA
Share
3 Min Read
SHARE

—নমোঘাটৰ পৰা ললিতাঘাটলৈকে শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ গংগা দুৱাৰে সোণোৱালৰ ভ্ৰমণ

বাৰাণসী, ১১ ডিচেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ ধৰ্মীয় চহৰ বাৰাণসী (কাশী)ৰ গংগা নদীত বৃহস্পতিবাৰৰ পৰাই হাইড্ৰজেন চালিত জাহাজৰ কাম আৰম্ভ হয়।

নমোঘাটত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাহাজখনৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বয়ং জাহাজখন (পানী টেক্সি)ত উঠি ললিতাঘাটলৈ যায়। এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত ভাৰতে স্বাৱলম্বী পৰিবহণ ব্যৱস্থাৰ দিশত এক পৰিৱৰ্তনশীল পৰিৱৰ্তন সাক্ষী হৈ আছে। এই সাফল্যই প্ৰধানমন্ত্ৰী মোডীৰ ‘মেক ইন ইণ্ডিয়া’ৰ প্ৰতি থকা দায়বদ্ধতা আৰু সেউজ পৰিবহণৰ গুৰুত্বৰ প্ৰতিফলন ঘটায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই জাহাজে সেউজ পৰিবহণৰ পৰৱৰ্তী যুগ নিৰ্ধাৰণ কৰিব। জলপথত স্বচ্ছ প্ৰযুক্তিৰ প্ৰচাৰ কৰি আমি কেৱল উদ্ভাৱনক উৎসাহিত কৰাই নহয়, উন্নয়ন আমাৰ পৰিৱেশৰ দায়িত্বৰ সৈতে সংগতি ৰাখি হোৱাটোও নিশ্চিত কৰিছো। আজিৰ এই সাফল্যই আমাৰ জাতিৰ বাবে এক সেউজ আৰু সমৃদ্ধিশালী সামুদ্ৰিক ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য দায়বদ্ধতাৰ প্ৰতীক। তেওঁ বুজাই দিলে যে দেশত পূৰ্বে পাঁচটা ৰাষ্ট্ৰীয় জলপথ আছিল, যিবোৰ এতিয়া ১১১টালৈ বৃদ্ধি পাইছে। বৰ্তমান ৩২টা জলপথত মালবাহী আৰু যাত্ৰীবাহী জাহাজ চলি আছে। মুঠ ১৩টা ৰাষ্ট্ৰীয় জলপথত ক্ৰুজ চলি আছে। অনুষ্ঠানত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) দয়াশংকৰ সিং, ডাকটিকট আৰু আদালত মাচুল ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ৰবীন্দ্ৰ জয়ছৱাল, আয়ুছ (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী ড° দয়াশংকৰ মিশ্ৰ দয়ালু, বন্দৰ আৰু জলপথ বিভাগৰ সম্পাদক বিজয় কুমাৰ আৰু আই ৱাই আইৰ অধ্যক্ষ সুনীল পালিৱালে ভাষণ দিয়ে।

আই ডব্লিউ এ আইৰ বিষয়াসকলৰ মতে, গংগা নদীত প্ৰথমবাৰৰ বাবে হাইড্ৰজেন ৱাটাৰ টেক্সি চলাচল কৰা হৈছে। এটা সময়ত ৫০ জন যাত্ৰী থাকিব পাৰে। এই ৱাটাৰ টেক্সিখনত পাঁচটা হাইড্ৰজেন চিলিণ্ডাৰ লগোৱা হ’ব। ইয়াৰ গতি হ’ব প্ৰতি ঘণ্টাত ১২.০৩৮ কিলোমিটাৰ। বিকল্প হিচাপে ৩ কিলোৱাটৰ সৌৰ পেনেলও স্থাপন কৰা হৈছে। চাৰিটা ইন্ধন পুনৰ ভৰোৱা ষ্টেচন স্থাপন কৰা হ’ব। ৱাটাৰ টেক্সিৰ ভাড়া আৰু বুকিং বিকল্প এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অতি সোনকালে জনসাধাৰণে এই সেৱাৰ সুবিধা ল’ব পাৰিব।

গতিবেগ প্ৰতি ঘণ্টাত ১২ কিলোমিটাৰ অতিক্ৰম, ৫টা হাইড্ৰজেন চিলিণ্ডাৰ স্থাপন

আই ডব্লিউ এ আইৰ বিষয়াসকলৰ মতে, গংগাত হাইড্ৰজেন পানীৰ টেক্সি প্ৰথমবাৰৰ বাবে চলি আছে। ইয়াত এবাৰত ৫০ জন যাত্ৰী বহিব পাৰিব। এই ৱাটাৰ টেক্সিখনত পাঁচটা হাইড্ৰজেন চিলিণ্ডাৰ লগোৱা হ’ব। বিকল্প হিচাপে ৩ কিলোৱাটৰ সৌৰ পেনেলও স্থাপন কৰা হৈছে। প্ৰায় ২৮ মিটাৰ দীঘল আৰু ৫.৮ মিটাৰ বহল ক্ৰুজখনত দহজন ক্ৰু মেম্বাৰ নিয়োগ কৰা হৈছে। এই জল টেক্সি গংগা নদীত প্ৰতি ঘণ্টাত ২০ৰ পৰা ২৫ কিলোমিটাৰ বেগত চলাচল কৰিব। সুৰক্ষাৰ সকলো সাৱধানতা অৱলম্বন কৰা হৈছে। জাহাজখনত ইন্ধন ভৰোৱাৰ বাবে ৰালহুপুৰ ৰামনগৰৰ মাল্টি মডাল টাৰ্মিনেলতো হাইড্ৰজেন ইন্ধন ষ্টেচন স্থাপন কৰা হৈছে। মুঠ চাৰিটা ইন্ধন পুনৰ ভৰোৱা ষ্টেচন স্থাপন কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

বিজেপিয়ে ২০২৬ ৰাজ্যসভা নিৰ্বাচনৰ বাবে দ্বিতীয় তালিকা ঘোষণা কৰিলে: বিনোদ তাওড়ে আৰু ৰামদাস আঠৱালে প্ৰমুখ প্ৰাৰ্থী।
মণিপুৰত আটক নিষিদ্ধ সংগঠনৰ ৮টা উগ্ৰপন্থী, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ
উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে কাহৰ চিৰাপৰ ফলত শিশুৰ মৃত্যুৰ তদন্ত বিচৰা আবেদন
অমিত শাহ অবৈধ অনুপ্রবেশকারীদের লক্ষ্য করেছেন, বঙ্গের ভোটার তালিকায় ব্যবস্থা নেওয়ার অঙ্গীকার করেছেন
ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ গ্ৰাম্য অৰ্থনীতিৰ উৎসৱ : মাৰ্ঘেৰিটা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰাথমিক অৱনতিৰ পিছত শ্বেয়াৰ বজাৰৰ শক্তিশালী প্ৰত্যাৱৰ্তন, চেন্সেক্স ৪৮১ পইণ্ট উত্থান
Next Article যোৰহাটৰ মহবন্ধা চাহ বাগিছাত হত্যা কৰি পেলাই থৈ গল বৃদ্ধাক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?